• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2021 4:34 pm
index.jpgz
271
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত ৰখা হৈছে। দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ডঃ ৰমেশ পোখৰিয়াল নিশাঙ্কে টুইটাৰত এই কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী নিশাঙ্কে আজি প্ৰকাশ কৰি কয় যে দেশজুৰি কোভিড-১৯ৰ সংক্ৰমণৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত JEEৰ তৃতীয় চেছনৰ অৰ্থাৎ এপ্ৰিলৰ মূল পৰীক্ষা পিছুৱাই দিয়া হৈছে।

উল্লেখ্য যে পূৰ্ব ঘোষিত সূচী অনুসৰি JEEৰ এই মূল পৰীক্ষা অহা ২৭ৰ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ কথা আছিল।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি নতুন পৰীক্ষা সূচী পৰীক্ষাৰ ১৫ দিনৰ পূৰ্বে ঘোষণা কৰা হ’ব।

“সাম্প্ৰতিক #covid19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মই @DG_NTA জেইই (মেইন)২০২১ এপ্ৰিলৰ পৰীক্ষাসূচী স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছো। মই পুনৰ ক’বলৈ বিচাৰো যে আমাৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ শৈক্ষিক কেৰিয়াৰ এই মুহূৰ্তত @EduMinOfIndia আৰু মোৰ মুখ্য চিন্তাৰ বিষয়।” ড০ ৰমেশ পোখৰিয়াল নিশাঙ্কে টুইটাৰত এইদৰে কয়।

📢 Announcement
Given the current #covid19 situation, I have advised @DG_NTA to postpone the JEE (Main) – 2021 April Session.

I would like to reiterate that safety of our students & their academic career are @EduMinOfIndia‘s and my prime concerns right now. pic.twitter.com/Pe3qC2hy8T

— Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) April 18, 2021

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা সূচীও কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে স্থগিত ৰাখিছিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd