• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

ক্ষমতাৰ খকত জনতাক গিপিনিগ সজোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ!

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 18, 2021 5:34 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত দ্বিতীয় প্ৰৱাহত দৈনিক হোৰাহোৰে বৃদ্ধি পাইছে মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণৰ লগতে আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা।

তথাপিও গা লৰা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যেন দেশত নাই কৰোনা মহামাৰীৰ কোনো অৱস্থিতি! তেনে এক মনোভাৱেৰে হাজাৰ হাজাৰ লোকৰ জীৱন-মৃত্যুৰে হেতালি খেলি দিন প্ৰতিদিন দুয়োগৰাকী দেশনেতাই কৰোনা মহামাৰীক বৃদ্ধাগুংষ্ঠ প্ৰদৰ্শন কৰি হেজাৰ হেজাৰ জনতাক সমবেত কৰোৱাই পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি আহিছে।

Apply Now

জনগণৰ জীৱন-মৃত্যুক বন্ধকত থৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পশ্চিমবংগত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি দলীয় প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ’ল য’ত লাখৰ ঘৰৰ জনতাই মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব মানি নচলাকৈ উপস্থিত আছিল।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও দলীয় প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ জনতাৰ জীৱনৰ সৈতে হেতালি খেলি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে অৰ্থাৎ আজিৰ দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত কেবাখনো নিৰ্বাচনী জনসভা সম্বোধন কৰি আছে।

ঠিক তেনে সময়তে কংগ্ৰেছ নেতা তথা প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আজি ঘোষণা কৰিছে যে মহামাৰী কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পশ্চিমবংগৰ আটাইবোৰ নিৰ্বাচনী প্ৰচাৰ ৰেলী বাতিল কৰিছে।

কোভিড১৯ৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ সময়ত ‘বৃহৎ ৰাজহুৱা ৰেলী অনুষ্ঠিত কৰাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক’ বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে নিজা টুইটাৰ একাউণ্টত টুইট কৰি নিজৰ নিৰ্বাচনী প্ৰচাৰৰ জনসভাসমূহ বাতিল কৰা বুলি উল্লেখ কৰিছে।

“কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই পশ্চিম বংগত মোৰ সকলো ৰাজহুৱা ৰেলী বাতিল কৰিছো। মই সকলো ৰাজনৈতিক নেতাক সাম্প্ৰতিক পৰিস্থিতিত বৃহৎ ৰাজহুৱা ৰেলী অনুষ্ঠিত কৰাৰ পৰিণামৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ পৰামৰ্শ দিম।” ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে।

In view of the Covid situation, I am suspending all my public rallies in West Bengal.

I would advise all political leaders to think deeply about the consequences of holding large public rallies under the current circumstances.

— Rahul Gandhi (@RahulGandhi) April 18, 2021

উল্লেখ্য যে দেশত মাত্ৰ এটা দিনতে ২.৬১ লাখ লোক কোভিড১৯ত সংক্ৰমিত হোৱাৰ সময়তে কংগ্ৰেছ নেতাগৰাকীয়ে এইদৰে টুইট কৰি নিজৰ সামাজিক দায়ৱদ্ধতাৰ পৰিচয় দিছে। অথচ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পশ্চিমবংগত ক্ষমতা দখলৰ স্বাৰ্থত জনতাক গিনিপিগ সজোৱাৰ দৌৰ অব্যাহত ৰাখিছে।

স্মৰ্তব্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে দেশত প্ৰায় ১৮ লাখ লোক কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইফালে ৮ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ থকা পশ্চিমবংগতো দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে।

তেনে সংকটৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই ঘোষণাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সামাজিক দায়ৱদ্ধতাৰ বুধোদয় কেতিয়াকৈ হয় সেয়া অনাগত সময়ত লক্ষণীয় হ’ব।

Tags: COVID-19
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd