• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 12:03 pm
index.jpg8
572
VIEWS
Share on FacebookShare on Twitter

কোৰানাৰ দ্বিতীয়টো ঢৌৱে ক্ৰমশঃ দেশৰ কেবাখনো ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সংক্ৰমণ ৰোধৰ সকলো চৰকাৰী প্ৰচেষ্টা ব্যৰ্থ হৈছে দেশৰ মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যত।

উক্ত ৰাজ্যসমূহৰ দৰে নহ’লেও ৰাজস্থানতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।

ৰাজ্যখনত দেওবাৰৰ দিনটোত আক্ৰান্তৰ হৈছে প্ৰায় ১০ হাজাৰ লোক। ইয়াৰ ভিতৰত ৰাজ্যখনৰ ৰাজধানী জয়পুৰতে কেৱল ২ হাজাৰ লোক আক্ৰান্ত হৈছে কোভিডত।

ইয়াৰ পিছতে ৰাজ্যখনৰ অশোক গেহলটৰ চৰকাৰে সোমবাৰৰ পৰা অহা ৩ মে’লৈকে ৰাজ্যখনত লকডাউন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আগন্তুক ১৫ দিনলৈ ৰাজ্যখনত বলৱৎ কৰা লকডাউনৰ পৰা জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।

ইফালে শাক পাচলিসহ নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ সন্ধিয়া ৭ বজাৰলৈকে উপলব্ধ হ’ব। ৰন্ধন গেছ আৰু ইন্ধনৰ পাম্পসমূহ সন্ধিয়া ৮ বজা পৰ্যন্ত খোলা থাকিব। তাৰবাদে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

ৰাজহুৱা পৰিবহণ সেৱাও নিয়ন্ত্ৰিতভাৱেহে চলাচল কৰিব।

উল্লেখ্য যে ইতিমধ্যে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে দেশৰ কেবাখনো ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছে।

স্মৰ্তব্য যে ৰাজস্থানত বৰ্তমান প্ৰায় ৬৭ হাজাৰ কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

Tags: COVID-19

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd