• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতীক্ষাৰ অন্ত! মঙল গ্ৰহৰ পৃষ্ঠত নাছাই উৰুৱালে হেলিকপ্টাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2021 6:34 pm
Ingenuity-1
420
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নাছাই দুই মটৰ বিশিষ্ট সৌৰচালিত হেলিকপ্টাৰ’ইনজেনুইটি’ মঙল গ্ৰহৰ পৃষ্ঠত উৰুৱালে। নাছাই ‘ৰাইট ব্ৰাডাৰ্ছ’ৰ ‘কিটি হ’ক’ উৰণৰ স্মৃতি পুনৰ ঘুৰাই আনিলে।

যোৱা শনিবাৰেই নাছাই ১৯ এপ্ৰিল সোমবাৰে ইনজেনুইটি মঙল পৃষ্ঠত উৰুওৱাৰ কথা জনাইছিল। ইয়াৰ কিছু সময়ৰ পাছৰে পৰাই পৃথিৱীলৈ তথ্য অহা আৰম্ভ হ’ব।

ভাৰতীয় সময় অনুসৰি, বিয়লি ৩বাজি ৪৫বজাত উৰণ আৰম্ভ হয়। ইয়াৰে প্ৰায় চাৰে তিনি ঘন্টা পাছত এই বিশেষ যানখনে ছবি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।

ইনজেনুইটিৰ অপাৰেশ্যন লীডাৰ টীম কেনহামে পূৰ্বেই হেলিকপ্টাৰখনৰ অৱস্থা ভাল বুলি জনাইছিল। যোৱা নিশা তেওঁলোকে 50 RPM স্পীন কৰিছিল। হেলিকপ্টাৰখনৰ ব্লেডসমূহে কিমান বতাহ কাটিব পাৰে সেয়া লাহে লাহে সতৰ্কতাৰে পৰীক্ষা কৰি চোৱা হৈছিল। দেওবাৰে ইয়াৰ ট্ৰায়েলো হৈছিল।

It happened. Today our #MarsHelicopter proved that powered, controlled flight from the surface of another planet is possible. It takes a little ingenuity, perseverance, and spirit to make that opportunity a reality: https://t.co/oT3rrBm6wj pic.twitter.com/u63GKshp0G

— NASA (@NASA) April 19, 2021

নাছাই কেইদিনমান পূৰ্বে হেলিকপ্টাৰ ইনজেনুইটিৰ ছবি প্ৰকাশ কৰিছিল। অৱশ্যে, হেলিকপ্টাৰখন মঙলত কেনেদৰে নিশা কটায় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

পৃথিৱী পৃষ্ঠতকৈ মঙলৰ পৃষ্ঠাত নিয়ন্ত্ৰিত ধৰণে উৰি যোৱাটো পৃথিৱীৰ উৰণতকৈ বহু কঠিন।ইয়াত পৃথিৱীৰ তুলনাত মাধ্যাকৰ্ষণ প্ৰায় এক তৃতীয়াংশ। তদুপৰি, ইয়াৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলৰ মাত্ৰ ১ শতাংশহে।

আনহাতে, পৃথিৱীত দিনৰ ভাগত যিমান শক্তি আহে মঙলত তাৰ প্ৰায় আধা পৰিমানৰ সৌৰশক্তি প্ৰাপ্ত হয়। নিশা ইয়াৰ তাপমাত্ৰা মাইনাছ ১৩০ ডিগ্ৰী ফাৰেনহাইট বা মাআইনাছ ৯০ ডিগ্ৰী ছেলছিয়াছ থাকে।

Recent News

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd