• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত বলৱৎ নতুন কোভিড নিৰ্দেশনা, আইন অমান্য কৰিলে পূৰ্বতকৈও কঠোৰ হ’ব আৰক্ষী; ডি জি পিৰ হুংকাৰ

আৰক্ষীৰ অমতত গলেই হ'ব পাৰে জেইল, জৰিমনা আৰু লাঠী চালনা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
April 20, 2021 5:35 pm
index.jpgaaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ লগতে ৰাজ্যত ক্ৰমশঃ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বলৱৎ কৰা নতুন কোভিড নীতি-নিৰ্দেশনা জনসাধাৰণে আইন উলংঘা কৰিলে আৰক্ষীয়ে পূৰ্বতকৈও অধিক কঠোৰ হ’ব বুলি আজি হুংকাৰ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

মঙ্গলবাৰে সচিবালয়ত সম্বোধন কৰা এক সংবাদমেলত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় “কোভিডৰ প্ৰতি লক্ষ্য ৰখি যি SOP জাৰি কৰা হৈছে সেই নিয়ম যদি জনসাধাৰণে অমান্য কৰে তেনেহ’লে পূৰ্বতকৈও কঠোৰ হ’ব আৰক্ষী। মাস্ক পিন্ধাটো বাধ্যতামূলক। যদিহে কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰে তেনেহ’লে তাৰ বিনিময়ত ১০০০ টকা জৰিমনা ভৰিব লাগিব।”

Apply Now

আনহাতে তেওঁ পুনৰ কয়, “যদিহে কোনো ব্যক্তিয়ে আৰক্ষীৰ সৈতে তৰ্কা-তৰ্কি কৰিবলৈ চেষ্টা কৰে তেনেহ’লে তাৰ বিনিময়ত আৰক্ষীয়ে লাঠী চালনা বা বল প্ৰয়োগ কৰিবলৈ বাধ্য হ’ব।”

“যদিহে আইন উলংঘা কৰি আই পি চি চেকচনলৈ যায় তেনেহলে জেইললৈ যাব লাগিব। আনহাতে ডি এম এক্টত পৰিলে জৰিমনা ভৰি বেইল পাবলৈ সক্ষম হ’ব।” মহন্তই হুংকাৰ দি কয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।

তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা নতুন কোভিড নীতি নিয়ম বলৱৎ কৰিছে ৰাজ্য চৰকাৰে। ৩০ এপ্ৰিললৈকে এইসমূহ নীতি নিৰ্দেশনা বলৱৎ থাকিব ৰাজ্যত।

এই নিৰ্দেশনা অনুসৰি সকলো লোকে মাস্ক পিন্ধাতো বাধ্যতামূলক। যদিহে কোনো ব্যক্তিয়ে ভুলক্ৰমে মাস্ক পৰিধান কৰিবলৈ পাহৰি যায় তেনে লোকক আৰক্ষীয়ে বিনামূলীয়াকৈ মাস্কৰ যোগান ধৰিব বুলিও মহন্তই সংবাদ মেলত সদৰী কৰে।

Tags: COVID-19
জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd