• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড ভেকচিনৰ মূল্য নিৰ্ধাৰণ : কিমান টকাত ক্ৰয় কৰি ল’ব পাৰিব কৰোনাৰ এই প্ৰতিষেধক?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 1:48 pm
index.jpgkkk
503
VIEWS
Share on FacebookShare on Twitter

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া(SII)এ প্ৰস্তুত কৰা কৰোনা ভেকচিন কোভিডশীল্ডৰ মূল্য নিৰ্ধাৰণ কৰিছে।

প্ৰতিষ্ঠানটোৱে আজি অৰ্থাৎ বুধবাৰে প্ৰকাশ কৰা অনুসৰি কোভিডশীল্ড ভেকচিনৰ মূল্য ৰাজ্যসমূহৰ চৰকাৰী হস্পিতালৰ বাবে ৪০০ টকা আৰু ব্যক্তিখণ্ড হস্পিতালৰ বাবে ৬০০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে কেন্দ্ৰ চৰকাৰে মাত্ৰ ১৫০ টকাতে লাভ কৰি থাকিব ভেকচিনটো।

চিৰামৰ মতে কোভিডশীল্ড ভেকচিন এতিয়াও বিদেশী ভেকচিনতকৈ কম ব্যয়বহুল। প্ৰতিষ্ঠানটোৰ মতে বিদেশী ভেকচিনবোৰ মূল্য হৈছে ৭৫০টকাৰ পৰা ১৫০০ টকা।

উল্লেখ্য যে কেন্দ্ৰৰ নতুন নীতি অনুসৰি প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ভেকচিনটোৰ ৫০% কেন্দ্ৰৰ বাবে সংৰক্ষিত কৰা হ’ব আৰু বাকী ৫০% ৰ পৰাহে ৰাজ্য চৰকাৰ তথা বেচৰকাৰী খণ্ডৰ হস্পিতালসমূহে ভেকচিন ক্ৰয় কৰিব পাৰিব।

১৮ বছৰ উৰ্ধৰ বয়সৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতে অতিৰিক্তভাৱে ১.২ মিলিয়ন ড’জ ভেকচিনৰ প্ৰয়োজন হ’ব বুলি প্ৰকাশ কৰিছে চেৰামে।

চেৰামে নিৰ্ধাৰণ কৰা কোভিডশীল্ডৰ নতুন নিৰিখ অহা ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব বুলি জানিব পৰা গৈছে।

Tags: COVID-19

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd