• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 3:04 pm
josu4lr8_dr-manisha-jadhav-mumbai-doctor-covid19-facebook_625x300_21_April_21
586
VIEWS
Share on FacebookShare on Twitter

মহামাৰী কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুম্বাইৰ এগৰাকী চিকিৎসকৰ কাৰুণ্যই চ’ছিয়েল মিডিয়াত এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

চেৱৰী টিবি হস্পিতালৰ মুখ্য চিকিৎসা বিষয়া কোভিড আক্ৰান্ত ডাঃ মনীষা যাদৱৰ যোৱা সোমবাৰে নিশা মৃত্যু হয়।

মৃত্যুৰ পূৰ্বে অৰ্থাৎ দেওবাৰে ৫১ বছৰীয়া চিকিৎসকগৰাকীয়ে এটা ফেইচবুক লাইভেৰে সকলোৰে পৰা বিদায় মাগি কৈছিল যে তেওঁ আৰু জীয়াই থকাৰ সম্ভাৱনা নাই, তেওঁৰ মৃত্যু অৱধাৰিত।

উক্ত ফেইচবুক লাইভৰ ৩৬ ঘণ্টাৰ পিছতে অসংখ্য গুণমুগ্ধৰ প্ৰাৰ্থনাকো নেওচি কোভিড আক্ৰান্ত চিকিৎসকগকাৰীৰ মৃত্যু হয়।

উল্লেখ্য যে দেশত দ্বিতীয় ঢৌ কোৰোনা সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বহু চিকিৎসক আৰু পেছাদাৰী স্বাস্থ্য কৰ্মীয়ে সামাজিক মাধ্যমত তেওঁলোকক উপযুক্ত সুৰক্ষা প্ৰদান কৰা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

“আমি অসহায়… আগতে কেতিয়াও এনে পৰিস্থিতি দেখা নাছিলো… মানুহবোৰ শংকিত হৈ আছে…” মুম্বাইৰ আন এজন কোভিড আক্ৰান্ত চিকিৎসক ডাঃ ত্ৰুপ্তি গিলাদা-এ কালি ভাইৰেল হোৱা এটা ভিডিঅ’ বাৰ্তাত এইদৰে কয়ে।

ভয়াৱহ কোভিড পৰিস্থিতিয়ে চিকিৎসা কৰ্মীকসকলক কেনেকৈ শংকিত কৰি তুলিছে কোভিড আক্ৰান্ত ৰোগীসকলক সেয়া বুজাবলৈ চেষ্টা কৰি মহিলা চিকিৎসকগৰাকীয়ে আৰু কয়, “মোৰ হৃদয় ভাঙি গৈছে। যদি মই আপোনালোকক কওঁ যে মোক কিহে শংকিত কৰিছে… যদি মই আপোনালোকক এইবোৰ বুজাব পাৰিলো হয়, তেনে মই অধিক শান্তিত থাকিব পাৰিলো হয়।”

Tags: COVID-19

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd