• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 4:12 pm
warrior

প্ৰতিনিধিত্বমূলক ফটো।

383
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰৰ সৃষ্টি কৰা ভাৰতবৰ্ষত এতিয়াৰে পৰা কোনো কোভিড যোদ্ধাৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিলেও তেনে ব্যক্তিৰ পৰিয়ালে  চৰকাৰে ঘোষণা কৰা ৫০ লাখ টকাৰ বীমাৰ সুবিধা লাভ নকৰিব বুলি চৰকাৰে কৰা ঘোষণাই দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছিল।

দেশ জুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰে কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমাৰ সুবিধা বাহাল ৰখা হ’ব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ আঁচনিৰ অধীনত আজিৰে পৰা অহা এবছৰৰ বাবে এই বীমাৰ ম্যাদ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে চৰকাৰে। আজি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে লগতে এই কথাও প্ৰকাশ কৰে যে বিগত বৰ্ষত কোভিড যুদ্ধত ভাগ লৈ মৃত্যুবৰণ ২৮৭ গৰাকী কোভিড যোদ্ধাৰ পৰিয়ালে ইতিমধ্যে এই বীমাৰ সুবিধা লাভ কৰিছে।

উল্লেখ্য শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভৰপক সময়তে কোভিড যোদ্ধাসকলৰ বীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য বিগত বৰ্ষত কোভিডৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কোভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুদ্ধ কৰি থকা চিকিৎসক, নাৰ্চ সকলৰ লগতে সাংবাদিকসকলকো ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

মোদীৰ চৰকাৰে কোভিড যোদ্ধাসকলক আকাশমাৰ্গৰ পৰা ফুল চটিয়াই সন্মান প্ৰদৰ্শন কৰিছিল।

EzbzN8BVoAIIlNM

চৰকাৰে কোভিড হাস্পতালত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেও ৫০ লাখ টকাৰ বামা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

কিন্তু হঠাতে চৰকাৰেই সেই বীমাৰ সুবিধা বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।

২০২০ চনৰ ২০ মাৰ্চৰ পৰা চৰকাৰে উক্ত বীমা আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত সেই বীমাৰ ম্যাদ ২০২১ চনৰ ২৪ মাৰ্চলৈ বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্যৰ মুখ্য সচিব সকললৈ পত্ৰ লিখি উক্ত বীমাৰ ধন আৰু দিব পৰা নাযাব বুলি জনাইছিল যদিও আজি সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd