• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘাতক কুম্ভমেলা! প্ৰাণ কাঢ়িলে বলিউডৰ সংগীত পৰিচালক শ্ৰাৱণ ৰাঠোড়ৰ, পুত্ৰৰ বিস্ফোৰক ভাষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2021 4:13 pm
422
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ বহস্পতিবাৰে মৃত্যুক সাৱটি লয় বলীউদৰ বিখ্যাত তথা এসময়ৰ অতি জনপ্ৰিয় সংগীত পৰিচালক নাদিম-শ্ৰাৱণ যুটীৰ শ্ৰাৱণ ৰাঠোড়ে।

মৃত্যুৰ সময়ত বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ বয়স হৈছিল ৬৭বছৰ।

তেওঁৰ মৃ্ত্যুক লৈ সংগীতপ্ৰেমী তথা বলিউডত শোকৰ ছাঁ পৰাৰ সময়তে সংগীত পৰিচালকজনৰ পুত্ৰ সঞ্জীৱ ৰাথোড়ে এটা চাঞ্চল্যকৰ ভাষ্য আগবঢ়াইছে।

সঞ্জীৱ ৰাথোড়ে কয় যে তেওঁৰ পিতৃ শ্ৰাৱণ ৰাথোড় পত্নীৰ স’তে ক’ভিডত আক্ৰান্ত হোৱাৰ কেইদিনমান পূৰ্বে কুম্ভমেলা উপলক্ষে হৰিদ্বাৰলৈ গৈছিল।

কুম্ভমেলাৰ পৰা ঘূৰি অহাৰ পাছতে সংগীত পৰিচালকজনে শ্বাসকষ্টত ভোগা বুলি জনাইছিল।

তাৰপাছতে পত্নীৰ স’তে সংগীত পৰিচালকজনক ক’ভিড টেষ্ট কৰা হৈছিল আৰু প’জিটিভ ফলাফল পোৱা গৈছিল।

তদুপৰি তেওঁলোকৰ পুত্ৰ সঞ্জীৱো বৰ্তমান ক’ভিড পজিটিভ হৈ মাতৃ বিমলাদেৱীৰ স’তে মুম্বাইৰ চেভেনহিল্ছ হস্পিতালত চিকিৎসাধীন হৈ আছে।

হস্পিতালৰ পৰাই এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত তেওঁ কয় যে তেওঁলোকে ভবা নাছিল তেওঁলোকৰ পৰিয়ালটোৱে এনে কঠিন পৰিস্থিতিৰ স’তে মুখামুকি হ’ব।

“মোৰ দেউতা বিয়োগ হ’ল, মই ক’ভিড পজিটিভ আৰু ঠিক সেইদৰে মাৰো। মোৰ ভাতৃও পজিটিভ আৰু বৰ্তমান ঘৰত আইচলেচনত আছে।”- তেওঁ কয়।

উল্লেখযোগ্য যে সংগীত পৰিচালকজন হৃদৰোগ জনিত সমস্যাৰ উপৰিও ডায়বেটিছত ভুগি আছিল।

ক’ভিড পজিটিভ হোৱাৰ পাছতে তেওঁক মুম্বাইৰ এছএল ৰাহেজা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল আৰু তাতে শেষ নিঃশ্বাস ত্যাগ কৰে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd