• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত আজিৰ দিনটোত কোভিডে কাঢ়ি নিলে ১২ জনকৈ লোকৰ প্ৰাণ

কলিয়াবৰত ২৭ ,তামুলপুৰ মহকুমাত পুনৰ বাৰ গৰাকী লোক কোভিড পজিটিভ

এন ই নাও নিউজ ,ৰিদিপ শৰ্মা, দীপক কুমাৰ পাঠক by এন ই নাও নিউজ ,ৰিদিপ শৰ্মা, দীপক কুমাৰ পাঠক
April 23, 2021 8:43 pm
images.jpeg-11(2)

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত আজি কোভিডত মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। আজিৰ দিনটোত ৰাজ্যত কোভিত আক্ৰান্ত হৈছে মুঠ ২৩৮৪ গৰাকী লোক।

আজি ৰাজ্যত সম্পন্ন কৰা হয় ৭২৪০৫ টা কোভিড পৰীক্ষা।ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে ৩.২৯শতাংশ।

Apply Now

ইপিনে কলিয়াবৰত ২৭ জন লোক  আক্ৰান্ত হৈছে কোভিড-১৯ত।

জখলাবন্ধা চিকিৎসালয়ত কৰা টেষ্টত আজি ৯জন লোক আক্ৰান্ত হয় কোভিডত। ইয়াৰে এগৰাকী কন্যা শিশু আক্ৰান্ত হৈছে কোভিডত।

ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ১৮ জন লোক আক্ৰান্ত হয় কোভিডত।

আটাইকেইগৰাকী আক্ৰান্তকে বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পালে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ কুমাৰীকাটা অঞ্চলত নতুনকৈ পাঁচ গৰাকী, তামুলপুৰত তিনি গৰাকী আৰু নাগ্ৰীজুলিত ২ গৰাকী লোকৰ দেহত আজি ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে। কুমাৰীকাটা অঞ্চলৰ লোক পাঁচ জন হ’ল ক্ৰমে এন কে দৰঙ্গামেলাৰ ৰাজশ্ৰী আগৰবালা (২২), ৰিছভ আগৰৱালা (২৬), পৱন কুমাৰ আগৰৱালা ( ৫২), সন্তোষী আগৰৱালা (৪৭) আৰু দহ বছৰীয়া দীপা ৰাণা ।

Summary of 23/4/2021

Today’s Total 2384

Overall Positivity Percentage (2384 cases out of 72405 test done = 3.29%)

Kamrup(M) 883
Death due to COVID- 12

— Himanta Biswa Sarma (@himantabiswa) April 23, 2021

আজি দুদিনমান ধৰি সন্তোষী আগৰৱালা নামৰ মহিলা গৰাকী জ্বৰ আৰু কাহত ভুগি থকাত তেওঁ পৰিয়ালৰ আন সদস্যৰ সতে ক’ভিড টেষ্ট কৰিবলৈ আহোতে তেওঁলোকৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে।

ইফালে কুমাৰীকাটাৰেই খৈৰাণী গাঁওত আজি স্বাস্থ্য বিভাগৰ লোক গৈ উপস্থিত হয় আৰু কেইবাগৰাকীও লোকৰ কোভিড পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত গাঁওখনৰ মিলন কাৰ্কী (৩৩) আৰু চন্দ্ৰ কলা কাৰ্কীৰ কভিড টেষ্ট কৰোৱাত তেওঁলোকৰ দেহত কভিড পজিটিভ ধৰা পৰে ।

ইফালে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ক’ভিড-১৯ টেষ্ট কৰাত তিনিজন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে। লোক তিনিজন হ’ল চাৰাংবাৰী গাঁৱৰ প্ৰসন্ন মহন্ত (৬০), বাৰেইগাঁওৰ গিৰীন্দ্ৰ বৈশ্য (৫৫ ) আৰু তেওঁৰ পত্নী প্ৰণিতা বৈশ্য (৪৭) ।

নাগ্ৰীজুলিতো আজি দুজন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰে। লোকদুজন সিদ্ধি নাথ পুৰৰ জ্যোতিকা সিংহা (২১) আৰু আনজন প্ৰিয় কান্ত মণ্ডল(৩৬)‌।

বৰ্তমানলৈ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ সাত চল্লিশ জন হ’লগৈ। ইয়াৰে এজনে ১০ এপ্ৰিলত মৃত্যুবৰণ কৰাৰ বিপৰীতে আন চৈধ্যজন লোকৰ শেহতীয়া পৰীক্ষাত কোভিড নিগেটিভ ওলায়।

বৰ্তমানলৈ ক’ভিডত সক্ৰিয় হৈ আছে ৩২ জন।

এন ই নাও নিউজ ,ৰিদিপ শৰ্মা, দীপক কুমাৰ পাঠক

এন ই নাও নিউজ ,ৰিদিপ শৰ্মা, দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd