• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট সাহিত্যিক ,সাংবাদিক হোমেন বৰগোঁহাঞি কোভিড পজিটিভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2021 5:02 pm
hom
611
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওদিশে এতিয়া ক’ৰ’নাৰ ত্ৰাস। দৈনিক গড়ে দুহেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। বিশিষ্ট কন্ঠশিল্পী ভিটালী দাসৰ লগতে বহু লোকে ইতিমধ্যে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছে।

তেনে সময়তে বিশিষ্ট সাহিত্যিক তথা নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোঁহাঞি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ ওলাইছে।

আজি বৰগোঁহাঞি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমান তেওঁ GMCH ৰ কেবিনত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে তেওঁ কোভিড ভেকচিনৰ দুয়োটা ড’জ সম্পূৰ্ণ কৰিলে যদিও অৱশেষত ক’ৰ’ণাত আক্ৰান্ত হ’ল।

তেওঁৰ বয়স ৮৮ বছৰ বুলি জানিব পৰা গৈছে।

বিশিষ্ট সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰি ইতিমধ্যে বহু শুভাকাংক্ষীয়ে ফেচবুকত পোষ্ট দিয়া পৰিলক্ষিত হৈছে।

Recent News

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

অপাৰেচন সিন্ধুঃ ইৰাণৰ পৰা বিশেষ বিমানযোগে দেশলৈ উভতিল ২৮০ জন ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd