• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১০০ৰ ঘৰ

সন্ধিয়া ৬ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ

মুকেশ সিং by মুকেশ সিং
April 24, 2021 7:27 pm
dhubri123
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ১০০ৰ ঘৰ।ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই এশ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিয়মাৱলী(এছ অ’ পি)ৰ আধাৰত ধুবুৰীৰ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই এক নিৰ্দেশনা জাৰি কৰিছে৷

এই নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো মাৰ্কেট, ছুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ, আদি সকলো বাণিজ্যিক স্থান সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব৷

Apply Now

ৰেস্তোৰা, ধাবাসমূহ ৬বজাৰ পিছত খোলা থাকিব পাৰিব কিন্তু কেৱল পেকেট খাদ্যহে বিক্ৰী কৰিব পাৰিব৷

জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা মানিহে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব৷ যিকোনো সমাগমত মুঠ আসনৰ ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব৷

বিবাহ আদি ঘৰুৱা অনুষ্ঠানত সৰ্বাধিক এশজন লোকহে উপস্থিত থাকিব পাৰিব৷ সকলো অট’ৰিক্সা,ৰিক্সা, টেক্সি আদিত চালকৰ বাহিৰে দুজন যাত্ৰীহে থাকিব পাৰিব৷

আন্তঃজিলা বাছ আৰু যাত্ৰীবাহী নৌকাবোৰ আসন ক্ষমতাৰ পঞ্চাশ শতাংশ যাত্ৰীৰে চলাব লাগিব৷

মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত সৰ্বাধিক ২০ জন ব্যক্তিহে উপস্থিত থাকিব পাৰিব৷ প্ৰশাসনীয় আৰু জৰুৰী সেৱাৰ বাহিৰে অন্য কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব লাগিব৷

গৰ্ভৱতী মহিলা আৰু ৫ বছৰ বয়সৰ তলৰ সন্তান থকা মহিলাসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব৷ কাৰ্যালয়সমূহ সঘনাই ছেনিটাইজ কৰিব লাগিব৷

শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান কৰিব লাগিব৷ কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মানি চলা বাধ্যতামূলক৷

ধৰ্মীয় স্থানত প্ৰতি ঘন্টাত সৰ্বাধিক ২০ জন লোকহে উপস্থিত থাকিব পাৰিব৷ আন এক নিৰ্দেশযোগে জিলা উপায়ুক্তই জিলাখনৰ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়বোৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে৷

উল্লেখ্য যে ধুবুৰীত আজি ১৬জনৰ দেহত কোভিড ধৰা পৰে৷ ফলত যোৱা ২১ মাৰ্চৰ পৰা আজিলৈ ধুবুৰী জিলাত কোভিডত মুঠ ১১৯ গৰাকী লোক আক্ৰান্ত হ’ল৷

ইয়াৰে ৬ জন সুস্থ হৈছে আৰু দুজনৰ মৃত্যু হৈছে৷ বৰ্তমান আক্ৰান্ত হৈ আছে ১১১ জন৷

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd