• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় গৱেষকৰ দাবী; শৌচালয়ৰ পৰা কৰ’না বিয়পাৰ আশংকা অধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 10:27 am
Toiet

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৌচালয়সমূহত সাধাৰণতে বীজাণুৱে বাহ সাজে। ইয়াৰ পৰাই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকা বেছি।

‘ফ্জিক্স অফ ফ্লুইড’ নামৰ জাৰ্ণেলত প্ৰকাশিত এক গৱেষণা পত্ৰত আমেৰিকাৰ ফ্ল’ৰিডা আটলান্টিক বিশ্ববিদ্যালয়ৰ গৱেষক সিদ্ধাৰ্থ বাৰ্মাই এনে দাবী কৰিছে।

Apply Now

ভাৰতীয় গৱেষক সিদ্ধাৰ্থ বাৰ্মাই আমেৰিকাৰ সাধাৰণ লোকৰ ব্যৱহাৰযোগ্য কিছু শৌচালয়ক লৈ কাম কৰিছে। তাতেই তেওঁ এই তথ্য আৱিষ্কাৰ কৰে।

শৌচালয়বোৰত লাভ কৰা পৰিৱেশৰ বাবেই ইয়াৰ ভিতৰত বীজাণুৰ উপস্থিতি অধিক। বুটাম টিপি পানী মৰা বা ফ্ল্যাছ কৰাৰ সময়ত শৌচালয়সমূহৰ বিতৰত ভাসমান জল কণিকাৰ পৰিমান ব্যাপক হাৰত বৃদ্ধি পায়। এই জল কণিকাক আশ্ৰয় কৰিয়েই অতি সহজে কৰ’না ভাইৰাছৰ দৰে বীজাণু বিয়পি পৰে।

সিদ্ধাৰ্থই জানিবলৈ দিয়া মতে ৩ঘন্টা ধৰি প্ৰায় ১০০ বাৰ বুটাম টিপি পানী মৰাৰ সময়ত শৌচালয়সমূহৰ বতাহ পৰীক্ষা কৰা হৈছিল।

দেখা গৈছে যে ফ্ল্যাছ মৰাৰ লগে লগে বতাহত বীজাণুৰ পৰিমাণ বাঢ়ি গৈছে। সেয়াই নহয়, বীজাণুসমূহ প্ৰায় ৫ ফুট উচ্চতালৈকে উঠি গৈ তাত ২০ ছেকেণ্ড ধৰি ভাহি ৰৈছে।

এনে তথ্যৰ আঁত ধৰিয়েই বহতেই দাবী কৰে যে ভাৰতৰ দৰে দেশসমূহত কৰ’না বিয়পাৰ আঁৰত সাধাৰণ লোকে ব্যৱহাৰ কৰা এনে শৌচালয়সমূহৰ ডাঙৰ ভূমিকা আছে।

সিদ্ধাৰ্থ বাৰ্মাই লগতে দাবী কৰে যে সাধাৰণ শৌচালয়ৰ দৰেই যিবোৰ শৌচালয়ত কেবল পুৰুষসকলৰ মূত্ৰত্যাগৰ ব্যস্থা থাকে সেইবোৰৰ বতাহতো ৩ মাইক্ৰ’মিটাৰতকৈয়ো ক্ষুদ্ৰ আকাৰৰ জল কণিকা ভাহি ফুৰে।

এইসমূহৰ আকাৰ ইমানেই ক্ষুদ্ৰ যে ই সহজেই বহুসময় ভাহি থাকিব পাৰে। ইয়াৰ ফলত কৰ’নাকে ধৰি সকলোধৰণৰ বীজাণুৱে বিয়পি পৰা আশংকা বহুখিনি বৃদ্ধি পায়।

গৱেষণাত কোৱা হৈছে যে পশ্চিমীয়া আৰ্হিৰ শৌচালয়সমূহ ব্যৱহাৰ কৰাৰ পাছত ঢাকনিখন বন্ধ কৰি বুটাম টিপি পানী মাৰিলে ভাহি উঠিব পৰা জল কণিকাৰ পৰিমান তুলনামূলকভাৱে হ্ৰাস পায়। ফলত বীজাণু কম বিয়পিব।

কিন্তু এইটোও বৰ সুৰক্ষিত নহয়। শৌচালয়সমূহত বতাহ চলাচলৰ মাত্ৰা বৃদ্ধি কৰি সংক্ৰমণৰ হাৰ হ্ৰাস কৰাটো সম্ভৱ হ’ব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd