• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ড : দোষীক কঠোৰ শাস্তিৰ লগতে শিশু শ্ৰমিকক ন্যায় প্ৰদানৰ দাবী ‘আইছা’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 2:37 pm
Sumila

ফ'টো সৌজন্য- সামাজিক মাধ্যম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালংছু থানাৰ অন্তৰ্গত কুদাম ৰংহাংগীৱৰ নিৱাসী চাৰ্থে ৰংহাং আৰু বাচাপী ক্ৰ’পীৰ জীয়ৰী চুমিলা ৰংহাংপীক ৰহা খাইগড়ৰ নিৱাসী প্ৰকাশ বৰঠাকুৰৰ ঘৰত নৃশংসভাৱে জ্বলাই হত্যা কৰা কাৰ্যক নিখিল ভাৰত ছাত্ৰ সন্থা (AISA)ই তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু অভিযুক্তক দৃষ্টাস্তমূলক শাস্তি বিহাৰ দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ছাত্ৰ সংগনটোৱে জনজাতীয় এলেকাসমূহৰ পৰা নিৰক্ষৰ ল’ৰা-ছোৱালীবোৰক কাম কৰা শ্রমিক হিচাপে একাংশ লোকে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে ৰাজ্য প্ৰশাসনক বিশেষভাৱে সষ্টম হ’বলৈ দাবী জনাইছে।

Apply Now

এক প্ৰেছ বিজ্ঞপ্তিটোত সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয় যে চুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডটোৱে শেহতীয়াভাৱে ৰাজ্যত অসংখ্য শিশু শ্রমিকক কিছু সংখ্যক লোকে অতি অন্যায়ভাৱে নিয়োজিত কৰি ৰখাৰ আৰু এওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ নিষ্ঠুৰ ছবিখন পোহৰলৈ আনিছে।

আইনৰ বাধা আৰু নিৰ্দেশনাৱলীৰ বিপৰীতে একাংশ নাগৰিকে দীৰ্ঘদিন ধৰি দুখীয়া সম্প্ৰদায় আৰু শ্ৰেণীৰ শিশুসকলক শ্রমিক হিচাপে আন আন আনুসঙ্গিক উপায় দোহাই ব্যৱসায়, ঘৰুৱা কামত নিয়োজিত কৰাই আহিছে বুলিও অভিযোগ কৰিছে ছাত্ৰ সংগঠনটোৱে।

আইনী অপৰাধৰ পৰা বাচি থকাৰ উপায় হিচাপে সামান্য অমনোযোগী পঢ়াশালীত এনে শিশুসকলক নামভৰ্ত্তি কৰি ৰাখি আঢ্যৱন্ত লোকসকলে প্রকৃততে শিশু শ্ৰম বা বনকৰা আহিলা হিচাপেহে শিশু বা তেনে দুখীয়া সম্তানসকলক ব্যৱহাৰ কৰি আহিছে।

এই সমগ্ৰ ব্যৱস্থাটো এখন সুষ্ঠ আৰু সবল-সভ্য সমাজ আৰু নাগৰিকৰ বাবে প্ৰকৃতে নিৰ্লজ্জকৰ আৰ্হি বুলি মন্তব্য কৰি ছাত্ৰ সংগঠনটোৰ নেতাদ্বয়ে মানৱীয় আৰু আইনী আওঁতাৰ জৰিয়তে নিয়োজিত আৰু ব্যৱহৃত হৈ থকা দুখীয়া শিশু, বনকৰা ল’ৰ-ছোৱালীবোৰক নিজ-নিজ গৃহলৈ প্ৰত্যাপন কৰাই সমাজৰ সুস্থিৰ বাতাবৰণ আৰু মানৱীয় দৃষ্টিভঙ্গী অটুত ৰখাৰ কাৰণে আৰু অনগ্ৰসৰ আৰু অৱহেলিত অঞ্চলবোৰত শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা পৰ্যাপ্ত কৰিবলৈ ৰাজ্য প্ৰশাসনক দাবী জনাইছে।

ছাত্ৰ সংগঠনটোৱে লগতে মৃত দুৰ্ভগীয়া চুমিলা ৰংহাংপীৰ হত্যা কৰা দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে দুখীয়া পৰিয়ালটোৰ সমস্ত দায়িত্ব প্ৰশানক ল’বলৈও আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd