• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খেলপথাৰৰ মাজতে তুলিলে চেল্ফী! আকৌ আইপিএলত চৰ্চিত হৈ পৰিছে অসম সন্তান ৰিয়ান পৰাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 3:51 pm
427
VIEWS
Share on FacebookShare on Twitter

খেলপথাৰত ভিতৰতে চেল্ফী তোলা দেখা গ’ল ৰিয়ান পৰাগক।

যোৱাকালি মুম্বাইত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হোৱা এখন মেচত অৱতীৰ্ণ হয় ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰগৰাকী।

মেচখনত ৰাজস্থান ৰয়েলছে ছয় উইকেটত বিজয়ী হয়।

বেটিং কৰিবলৈ সুযোগ লাভ নকৰিলেও তেওঁ মেচখনত দুটাকৈ আকৰ্ষণীয় কেচ ধৰে।

কলকাতা নাইট ৰাইডাৰ্ছৰ লৱাৰ অৰ্ডাৰ বেটছমেন পেট কামিনছৰ বেটৰ পৰা অহা এটা আকৰ্ষনীয় কেচ বাউণ্ডেৰী লাইনত আয়ত্ত কৰি তেওঁ সতীৰ্থ ৰাহুল টেৱাতিয়াৰ স’তে এক বিশেষ আনন্দ ‘চেলিব্ৰেট’ কৰে।

Riyan Parag’s selfie celebrate 😂❤️
Parag #RRvKKR #KKRvRR pic.twitter.com/9LvG9Bpcx9

— Asmita Thakkar(asmi) (@AsmiThakkar) April 24, 2021

পকেটৰ পৰা তেওঁ মোবাইলটো উলিয়াই আৰু টেৱাতিয়াৰ স’তে এখন চেল্ফী তোলে।

খেলপথাৰৰ মাজতে এই চেল্ফী লোৱাৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কিন্তু ফটোখনত দেখামতে তেওঁ হাতত মোবাইল ধৰি থকা নাই।

বৰঞ্চ কেচ ধৰা বলটোহে দেখা গৈছে।

আচলতে টেৱাতিয়াৰ স’তে মোবাইলেৰে চেল্ফী তোলাৰ এক প’জহে দিছে পৰাগে।

পৰাগৰ পাছতে সতীৰ্থ ৰাহুল টেৱাতিয়াইও চেল্ফী তোলাৰ প’জ দিয়ে।

যোৱা বৰ্ষত আইপিএলত বিহু নৃত্য প্ৰদৰ্শন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰাগৰ এই নতুন ‘চেল্ফী চেলিব্ৰেচন’ প্ৰত্যক্ষ কৰি অসংখ্য ক্ৰিকেট অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই তুলিছে।

Nibba and Nibbi on their First Date #RRvKKR pic.twitter.com/jee7eDIoSG

— Ravi Shastree (@adam_styris) April 24, 2021

সামাজিক মাধ্যমত এই ফটোখনক লৈ বহুকেইটা মিম শ্বেয়াৰ কৰা দেখা গৈছে।

No one :
Girls on Marriage function :#RRvKKR pic.twitter.com/424kUaqBgi

— Aashu (@aashucasm) April 24, 2021

#RRvKKR
when nibba nibbi meets after long time pic.twitter.com/kX8xlKWNeW

— naughty_लौंडा👅🎭 (@sarcasticsonu1) April 24, 2021

Girls after Boys after
Breakup Breakup#RRvKKR pic.twitter.com/vayB7bb8D0

— CH🅾️TA CH🅰️TR! (@_memebooster_) April 24, 2021

Me When mom Me When my dad
scolds my brother. scolds mom for
scolding us.
Riyan parag,#RRvKKR#KKRvsRR pic.twitter.com/x8SAEpqNaz

— Janki🇮🇳 (@sonikitweet) April 24, 2021

Parag and Tewatia : #RRvKKR #KKRvRR pic.twitter.com/Chx4upgtEq

— THOMAS SHELBY 👑 (@rohithcool5) April 24, 2021

Ads of Oppo and Vivo be like😭🤣#IPL2021 #RiyanParag #RRvKKR pic.twitter.com/Lpnrt59Ssn

— ʜᴀʀꜱʜ𝟒𝟓™🇮🇳 Masked😷 (@HarshRo45_) April 24, 2021

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd