• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এইচ্ছ ডিৰ সৈতে হোৱা এম অ’ এছ চুক্তিক লৈ কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিবৰ উপস্থিতিত হাফলঙত গুৰুত্বপূৰ্ণ বৈঠক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 24, 2018 6:36 pm
NCHAC-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডি এইচ্ছ ডিৰ উভয় গোটৰ সৈতে স্বাক্ষৰিত এম অ’ এছ (memorandum of settlement)ৰ বাস্তৱায়ন পৰ্যালোচনাৰ কাৰণে শুকুৰবাৰে হাফলঙত উপস্থিত হয় কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ। আজি মণিপুৰ ভ্ৰমণ সামৰি পোনপটীয়াকৈ বিশেষ হেলিকপ্টাৰেৰে ডিমা হাচাও জিলাখনত উপস্থিত হয় সচিবজন। এই ভ্ৰমণত গাৰ্গৰ সংগী হয় অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰী, চৰকাৰৰ যুটীয়া সচিব বি পেগু, ছাউদার্ন অসমৰ ডি আই জি দেৱৰাজ উপাধ্যায়।

বিয়লি পাঁচ বজাত পাৰ্বত্য পৰিষদৰ চি ই এম কনফাৰেন্স হলত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত স্থানীয়ভাৱে উপস্থিত থাকে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবোলাল গাৰ্লোচা, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, কাৰ্য্যবাহী সদস্য কুলেন্দ্ৰ দাওলাগুপু, কাৰ্য্যবাহী সদস্য চ্যামুয়াল চাংছান প্ৰমুখ্যে পৰিষদৰ প্ৰধান সচিব নৰেশ ঘোষ, নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আৰু বিভিন্ন বিভাগীয় প্ৰধানসকল। বৈঠকৰ আৰম্ভণিত পাৱাৰ পইণ্টৰ যোগেদি পাৰ্বত্য জিলাৰ বিভিন্ন ভৌগোলিক, ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন বিভিন্ন দিশ তুলি ধৰা হয়।

Apply Now

বৈঠকত বক্তব্য আগ বঢ়ায় পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্য্যবাহী দেবোলাল গাৰ্লোচাই। ইয়াৰ পাছত চৰকাৰৰ লগত ডি এইচ্ছ ডিৰ উভয় গোটৰ লগত স্বাক্ষৰিত এম অ’ এছ চুক্তিৰ আধাৰত হোৱা বিভিন্ন উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিব গাৰ্গে।

লগতে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাম-কাজ, উন্নয়ন আদিক লৈ চি ই এম, ই এম ৰ লগতে পৰিষদৰ প্ৰধান সচিবদ্বয়ৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত পৰিষদৰ কৰ্মচাৰীৰ সংখ্যা পৰিষদখনৰ আয়ৰ লগত সামঞ্জস্যহীন হোৱাত প্ৰশ্ন উত্থাপন কৰে যুটীয়া সচিব গাৰ্গে। অৱশ্যে এনে অৱস্থাত চি ই এম গাৰ্লোচাই কয় যে ইয়াৰ আগত পৰিষদৰ কৰ্মচাৰীৰ সংখ্যা চাৰি হাজাৰৰ ঘৰত থকাৰ বিপৰীতে বৰ্তমানে হ্ৰাস কৰি দুই ঘৰত নমাই আনা হৈছে। অনাগত দিনবোৰত স্বেচ্ছা অৱসৰ ব্যৱস্থা চালু হোৱাৰ লগে লগে কৰ্মচাৰী আৰু হ্ৰাস পাব।

শুকুৰবাৰৰ বৈঠকত বিজেপি শাসিত পৰিষদ কৰ্তৃপক্ষই সংবিধান সংশোধন কৰি পৰিষদৰ নামকৰণ এন চি হিল্‌ছ অট’ন’মাছ কাউন্সিলৰ পৰা ডিমা হাচাও টেৰিটোৰিয়েল্ অট’ন’মাছ কাউন্সিল কৰাৰ প্ৰস্তাৱ আগ বঢ়ায়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd