• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও জিলাৰ ৰহাৰ পহুপুৰী গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা : সমগ্ৰ গাঁওখন চেনিটাইজ প্ৰশাসনৰ

এই পৰ্যন্ত পহুপুৰী গাঁৱত ২৬ গৰাকীৰ দেহত ধৰা পৰিছে কভিড ১৯ৰ উপস্থিতি

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
April 25, 2021 8:01 pm
IMG_20210425_185554
279
VIEWS
Share on FacebookShare on Twitter

কৰোনাৰ হটস্পষ্টত পৰিণত হৈছে এতিয়া নগাঁও জিলাৰ ৰহাৰ পুহুপুৰী গাঁও।

পহুপুৰী গাঁৱত শুক্ৰবাৰ পৰ্যন্ত ২৬ জনৰ দেহত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতি। পহুপুৰী গাঁৱত গণ সংক্ৰমণ হোৱাৰ ফলতে নগাঁও জিলা প্ৰশাসনে পহুপুৰী গাঁওখন কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা সূত্ৰ অনুযায়ী ইতিমধ্যে বৃহত্তৰ ৰহা অঞ্চলত প্ৰায় শতাধিক লোকৰ শৰীৰত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰিছে। স্বাস্থ্য বিভাগে শুক্ৰবাৰৰ দিনটোৰ ভিতৰত ১০ জনৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰা কথা উল্লেখ কৰিছে। ইয়াৰে ৮ জনেই পহুপুৰী গাঁৱৰ।

উল্লেখযোগ্য যে মঙ্গল বাৰে গাঁওখনত এজন, বুধবাৰে দুজন আৰু বৃহস্পতি বাৰে ১২ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছত শুক্ৰবাৰে পুনৰ ৮ জনৰ দেহত পুনৰ কভিড পজিটিভ ধৰা পৰিছে।

গাঁওখনত হোৱা এনে সামূহিক সংক্ৰমণৰ বাবেই নগাঁও জিলা উপায়ুক্তই ১৪ দিনৰ বাবে গাঁওখন কনটেইন্টমেন্ট জ’ন ঘোষণা কৰিছে। এই সময়চোৱাত গাঁওখনৰ পৰা কোনো লোক বাহিৰলৈ ওলাব আৰু সোমাব নোৱাৰিব।

স্বাস্থ্য বিভাগে সংক্ৰমণ যাতে অধিক বৃদ্ধি হ’ব নোৱাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা লৈছে আৰু সমগ্ৰ গাঁওখনত চেনিটাইজ কৰিছে।

কিন্তু লক্ষণীয়ভাৱে গাঁওখনত কৰোনাত গণ সংক্ৰমণ কেনেকৈ হ’ল সেয়া লৈ সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বিহু অনুষ্ঠান বা অন্য সামাজিক অনুষ্ঠানৰ বাবেই অঞ্চলটোত কৰোনাই ভয়াৱহ ৰূপৱলোৱা বুলি স্বাস্থ্য বিভাগে সন্দেহ কৰিছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd