• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ৰাজ্যত ডাইনী সন্দেহত হত্যা! গেৰুৱাজুলিত মহিলাক হত্যা কৰি পুতি থলে হাবিত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2021 10:47 am
killing of superstition
218
VIEWS
Share on FacebookShare on Twitter

অসমত পুনৰ এগৰাকী মহিলা অন্ধবিশ্বাসৰ বলি হোৱাৰ ঘটনা সংঘটিত হৈছে। ৰঙাপাৰাৰ ১নং গেৰুৱাজুলিত এগৰাকী ৫৩বছৰীয়া মহিলাক ডাইনী সন্দেহত হত্যা কৰি হাবিত পুতি থোৱাৰ ঘটনা ঘটিছে।

শনিবাৰে নিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিশা প্ৰায় ১১বজাত ৪টা সন্তানৰ মাতৃ এগৰাকী বিধৱা মহিলা লক্ষেশ্বৰী দৈমাৰীৰ ঘৰত এদল উন্মত্ত লোকে প্ৰৱেশ কৰি তেওঁক লাঠিৰে কোবাই কোবাই হত্যা কৰে।

কেবল সেয়াই নহয়, উন্মত্ত লোকৰ দলটোৱে নিশাই মহিলাগৰাকীৰ মৃতদেহটো ঘৰৰ পৰা এক কিলোমিটাৰমান দূৰত হাবিত পুতি থৈ আহে।

এই ঘটনাত উন্মত্ত লোকৰ দলটোৱে লক্ষেশ্বৰী দৈমাৰীৰ নাতিয়েক মোহিত দৈমাৰীকো হত্যাৰ প্ৰচেষ্টা চলায়।

দেওবাৰে পুৱা স্থানীয় লোকে মোহিতক হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে গোটেই ঘটনাটোৰ বিষয়ে জানিব পাৰে।

আৰক্ষীয়ে খৱৰ লাভ কৰাৰ পাছত অনুসন্ধান চলাই স্থানীয় লোকৰ সহযোগত হাবিৰ পৰা পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো খান্দি উলিওৱাৰ সময়ত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈও উপস্থিত থাকে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, মহিলাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে। কিয়নো পূৰ্বেও মহিলাগৰাকীক একংশ লোকে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ডাইনী সন্দেহত নিৰ্যাতন চলাইছিল।

স্বাভাৱিকতেই অন্ধবিশ্বাসজনিত এনে নৃশংস কাণ্ডই বিবেকবান লোকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দোষীক শীঘ্ৰেই বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে সচেতন মহলে।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd