• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’এনজিচি কৰ্মচাৰী অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষী : এজন কনিষ্টবলক গ্ৰেপ্তাৰ

অপহৰণ কাণ্ডটোত অতি কমেও আৰু পাঁচগৰাকী অসম আৰক্ষী জড়িত থকাৰ সন্দেহ তদন্তকাৰী আৰক্ষী বিষয়াৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
April 26, 2021 3:13 pm
arrest-generic_650x400_71463458726
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰী অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলক।

সোমবাৰে শদিয়া আৰক্ষীয়ে অ’এনজিচিৰ কৰ্মচাৰী অপৰহণ কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ কনিষ্টবলগৰাকী হৈছে বসন্ত বুঢ়াগোহাঁই।

Apply Now

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বসন্ত দাসক জেৰা চলাই থকা বুলি প্ৰকাশ কৰিছে।

“আলফা(স্বা)ৰ সৈতে যোগাযোগ থকাৰ অভিযোগত আমি বসন্ত বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰিছো। আমি তেওঁক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছো।” আৰক্ষী সূত্ৰই সংবাদ মাধ্যমৰ আগত কয়।

গ্ৰেপ্তাৰ হোৱা আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ ঘৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে শিৱসাগৰ জিলাৰ লাকুৱাৰ অ’এনজিচিৰ তৈল খাদৰ পৰা আলফা(স্বা)এ তিনিগৰাকী কৰ্মচাৰীক অপহৰণ কৰি নিছিল।

ইয়াৰ পিছতে ভাৰতীয় সেনা, আছাম ৰাইফলছ, অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে নাগালেণ্ডৰ মনত জিলাত অপহৰণকাৰী আলফা(স্বা) দলটোৰ ওপৰত আক্ৰমণ কৰি দুজন অপহৃত ক্ৰমে অলকেশ শইকীয়া আৰু মোহন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে অন্য এজন অপহৃত ৰিতুল শইকীয়া এতিয়াও সন্ধানহীন হৈ আছে। আলফা(স্বা)এ এক প্ৰেছ বিবৃতিৰ যোগে অপহৃত ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত নাই বুলি ঘোষণা কৰাৰ পিছতে উৎকণ্ঠা আৰু ৰহস্যৰ সৃষ্টি হৈছে।

ইফালে আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত যোৱা ২২ এপ্ৰিলত ১৪ লোকক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে অতি কমেও আৰু পাঁচগৰাকী অসম আৰক্ষী উক্ত অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহ কৰিছে অসম আৰক্ষীয়ে।

“আমি তদন্ত চলাই আছো আৰু এতিয়াই আৰু কোন কোন আৰক্ষী অপহৰণ কাণ্ডটোত জড়িত আছে সেয়া প্ৰকাশ কৰিব নোৱাৰো। অপহৰণত জড়িত থকা কাকোৱে ৰেহাই দিয়া নহ’ব।” আৰক্ষী সূত্ৰটোৱে লগতে কয়।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd