• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুকুৰক সন্মান জনাই নতুন এক ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰিলে এইখন দেশে, সাজিলে সোণৰ মূৰ্তি!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2021 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুকুৰক সন্মান জনাই এটা নতুন ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হৈছে এখন দেশত।

তদুপৰি কুকুৰৰ বাবে দিৱসটোৰ লগত সংগতি ৰাখি এটা বঁটা বিতৰণী অনুষ্ঠানো হৈ যায়।

Apply Now

মধ্য এছিয়াৰ দেশ তুৰ্কমেনিস্তানত উদযাপন কৰা হৈছে এই দিৱস।

দিৱসটোৰ লক্ষ্য হৈছে আলাবায় (Alabay) নামৰ স্থানীয় প্ৰজাতিৰ কুকুৰবিলাকৰ সংৰক্ষণ।

এই প্ৰজাতিৰ কুকুৰবিধক পশুপালনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

কুকুৰবিধে পোহনীয়া পশুসমূহ চোৱা-চিতা কৰি গৰাকীৰ সেৱা আগবঢ়াই আহিছে।

দেওবাৰে কুকুৰৰ প্ৰজাতিটোৰ বাবে এটা পুৰস্কাৰ প্ৰদান অনুষ্ঠানো আয়োজন কৰা হয়।

দেশখনৰ ৰাষ্ট্ৰপতি গুৰ্বাংগুলী বাৰ্ডিমুখামেদভে (Gurbanguly Berdymukhamedov) কুকুৰৰ প্ৰজাতিটোক সন্মান জনাই কয় যে কুকুৰবিধ দেশখনৰ এটা জাতীয় প্ৰতীক।

উল্লেখযোগ্য যে দেশখনত আলাবায় প্ৰজাতিৰ কুকুৰ আৰু অতি প্ৰাচীন আহাল টেকে (Ahal Teke) প্ৰজাতিৰ ঘোঁৰাবিধক জাতীয় গৌৰৱ হিচাপে গণ্য কৰা হয়।

দেওবাৰে দেখা পোৱা যায় বহুকেইটা কুকুৰক সুন্দৰভাৱে সজাই পৰাই অনুষ্ঠানটোত মুখ্য স্থান দিয়া হৈছে।

দিৱসটোত কুকুৰৰ প্ৰদৰ্শনী মেলাৰ স’তে সংগতি ৰাখি এটা সমদলো অনুষ্ঠিত কৰা হয়।

সমদলটোত আলাবায় কুকুৰবিলাকৰ তীক্ষ্ণতা আৰু নিপুণতাক উপস্থাপন কৰি শ্ৰেষ্ঠতা নিৰ্বাচন কৰা হয়।

দেশখনৰ ৰাষ্ট্ৰপতিৰ হৈ তেওঁৰ পুত্ৰ তথা উপ প্ৰধানমন্ত্ৰী ছাৰদাৰ বাৰ্ডিমুখামেদভে (Serdar Berdymukhamedov) শ্ৰেষ্ঠ বিবেচিত হোৱা কুকুৰটোক পুৰস্কাৰ প্ৰদান কৰে।

তেওঁ পুৰস্কাৰ প্ৰদান কৰে কুকুৰৰ প্ৰজাতিবিধৰ সংৰক্ষণৰ বাবে দেশখনৰ ৰাজধানী আছাগাবাটত সাজি উলিওৱা এক সংৰক্ষণ কেন্দ্ৰত।

সংৰক্ষণ কেন্দ্ৰটো একেদিনাই শুভ মুকলিও কৰা হয়।

উল্লেখযোগ্য যে এই আলাবায় কুকুৰবিধ বিশ্বৰ বৃহৎ কুকুৰসমূহৰ ভিতৰত অন্যতম।

প্ৰজাতিটোৰ একোটা সক্ষম আৰু সুস্থ কুকুৰৰ ওজন ৮০ কিলোগ্ৰাম পৰ্যন্ত।

যোৱা বৰ্ষত দেশখনৰ ৰাষ্ট্ৰপতিয়ে ৰাজধানীত ১৯ ফুট উচ্চতাৰ এটা আলাবায় কুকুৰৰ সোণৰ মূৰ্তি মুকলি কৰিছিল।

তদুপৰি কুকুৰবিধ ৰাষ্ট্ৰপতিজনে উপহাৰ হিচাপেও বিভিন্ন মিত্ৰ দেশৰ নেতালৈ আগবঢ়াই আহিছে।

ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

২০১৭ চনত পুটিনক এটা কুকুৰৰ পোৱালি উপহাৰ হিচাপে প্ৰদান কৰাৰ বাতৰি সংবাদ মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd