• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনলাইন ক্লাছত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীক অশালীন গালি পাৰি চৰ্চাত এগৰাকী অধ্যাপিকা, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 5:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন ক্লাছত ছাত্ৰ-ছাত্ৰীক অকথ্য গালিগালাজ কৰি চৰ্চালৈ আহিছে এগৰাকী অধ্যাপিকা।

সামাজিক মাধ্যমত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে অধ্যপিকাগৰাকীৰ ইস্তফাৰ দাবী উত্থাপন হৈছে।

খড়গপুৰ আইআইটিত সংঘটিত হৈছে ঘটনাটো।

দেওবাৰে ‘খড়গপুৰ আইআইটি কনফেশ্বনছ’ নামৰ ফেচবুক পেজটোত ভিডিঅ’টো পোষ্ট কৰা হয়।

ভিডিঅ’টোত শুনা গৈছে, অধ্যাপিকাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ‘ব্লাডি বাষ্টাৰ্ডছ’ বুলি গালিগালাজ কৰিছে।

আনকি, ছাত্ৰ-ছাত্ৰীসকলক ক্লাছৰ পৰা বাহিৰ কৰি দিয়াৰ উপৰিও পৰীক্ষাত ফেইল কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে তেওঁ।

তদুপৰি, অধ্যাপিকাগৰাকীয়ে দাবী কৰিছে যে এই সংক্ৰান্তত নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয় অখবা অনুসূচীত জাতি-জনজাতি, সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ত তেওঁৰ বিৰুদ্ধে অভিযোগ জনালেও কোনো লাভ নহ’ভ, কোনো প্ৰকাৰে তেওঁৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে।

 

View this post on Instagram

 

A post shared by appsc (@appsc.iitb)

উল্লেখ্যযোগ্য যে অনলাইন ক্লাছটোত অনুসূচিত জাতি-জনজাতি আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজীৰ প্ৰিপেৰেটৰী ক্লাছ চলি আছিল।

অধ্যাপিকাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াৰ বাবেও জোৰ কৰিছিল।

অভিযুক্ত অধ্যপিকাগৰাকীৰ নাম সীমা সিং।

তেওঁ আইআইটি খড়গপুৰৰ ‘হিউমেনিটি এণ্ড চছিয়েল চাইন্স’ৰ সহকাৰী অধ্যপিকা।

বৰ্তমানলৈকে অধ্যাপিকাগৰাকী অথবা আইআইটি খড়গপুৰ কৰ্তৃপক্ষই এই সংক্ৰান্তত কোনো মন্তব্য কৰা নাই।

There is no discrimination in premier institutes? This is what happens in IITs. IIT Kharagpur Prof. Seema Singh openly abuses freshers enrolled in Preparatory English Course for SC/ST/PD students and challenges them to complain.

Will the government book her under PoA Act? pic.twitter.com/YvzOuxjmwm

— Azhar (@lonelyredcurl) April 26, 2021

আইআইটি বম্বেৰ এটা ছাত্ৰ সংগঠনৰ উপৰিও বহুকেইটা অনুসূচীত ছাত্ৰ সংগঠনে অধ্যাপিকাগৰাকীৰ বৰ্ণবাদী আৰু সংবিধানবিৰোধী মন্তব্যৰ বাবে ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd