• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাতংক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পৰীক্ষা স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2021 7:59 pm
Guwahti University
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাম্প্ৰতিক কোভিড১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যলয়ৰ পাঠদান আৰু পৰীক্ষালমূহ সূচাৰদৰূপে চলাই নিয়াৰ সম্ভাৱনীয়তাসমূহ বিচাৰি উলিয়াবলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এখন জৰুৰী সভা অনুষ্ঠিত কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই কথা প্ৰকাশ কৰিছে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই।

২৭ এপ্ৰিল তথা মংগলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ প্রতাপজ্যোতি সন্দিকৈৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাকক্ষত অনুষ্ঠিত হয় এই বিশেষ সভাখন।

Apply Now

সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থাৰ সভাপতি/সম্পাদক, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি/সম্পাদক, অসম কলেজ শিক্ষক সন্থাৰ সভাপতি /সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ বিভাগীয় মুৰব্বীসকল, মহাবিদাযালয়সমূহক প্রতিনিধিত্ব কৰা কাৰ্যবাহী পৰিষদৰ সদস্যসকল তথা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, শ্ৰেণীসমূহৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ উপস্থিতিত কোভিড১৯ৰ পৰিস্থিতিয়ে বিপন্ন কৰি তোলা বাতাবৰণৰ মাজত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে তেওঁলোকৰ শৈক্ষিক বৰ্ষ যাতে বাধাগ্ৰস্ত নহয়, সেই কথাৰ প্রতি গুৰুত্ব প্ৰদান কৰি পাঠদান আৰু পৰীক্ষা সম্পৰ্কীয় তিনিঘন্টাৰো অধিক সময় জুৰি চলা এই আলোচনাত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত পাঠদান আৰু পৰীক্ষা সম্পর্কীয় সকলো বিকল্প সম্পৰ্কে পুংখানুপুংখ আলোচনা কৰি এই আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে কিছুমান সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্রতি লক্ষ্য ৰখাৰ লগতে তেওঁলোকৰ শৈক্ষিক বৰ্ষ বাধাগ্ৰস্ত নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বৰ্তমান কোভিড১৯ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ অনুষ্ঠিত হ’ব লগীয়া সকলো পৰীক্ষা সাময়িকভাৱে স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ লগতে বিশ্ববিদ্যালয়ৰ অধীনৰ ছাত্ৰী-ছাত্ৰীসকলৰ (প্রায় আঢ়ৈ লাখ) ইন্টাৰনেট সংযোগ ব্যৱস্থাৰ অভাৱ তথা অন্যান্য বৈদ্যুতিন মাধ্যমৰ সা-সঁজুলি(লেপটপ, স্মাৰ্টফোন ইত্যাদি)ৰ সীমাৱদ্ধতাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত ২০ দিনীয়া আগতীয়া জাননীৰ ভিত্তিত স্থগিত ৰখা পৰীক্ষাসমূহ অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ শিক্ষা বৰ্ষৰ ক্ষতি সাধন নোহোৱা কৰিবৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শ্ৰেণীসমূহ কোভিডকালীন পৰিস্থিতিত ২০২১ বৰ্ষৰ মে’ মাহৰ প্রথম সপ্তাহৰ পৰা পৰিস্থিতিৰ সুবিধা অনুসৰি-অনলাইন অথবা অফলাইন পদ্ধতিৰে আগুৱাই নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।

যদি অনাকাংক্ষিতভাৱে কোভিড পৰিস্থিতিৰ অধিক অৱনতি ঘটে বা এই পৰিস্থিতি অধিক দীঘলীয়া হয়, তেনে অৱস্থাত এই সভাই সিদ্ধান্তসমূহ পুনৰ পৰ্যালোচনা কৰি যথাবিহিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰা হৈছে বিজ্ঞপ্তিখনত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd