• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড পজিটিভ হোৱাৰ পাছতেই চহৰখনৰ পৰা উধাও ৩হাজাৰ কৰ’না আক্ৰান্ত; দিশহাৰা প্ৰশাসন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2021 2:42 pm
Covid positive ptients flee

প্ৰতিনিধিত্বমূলক ফটো।

415
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ ব্যাপক সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে হাবাথুৰি খাবলগীয়া অৱস্থা হৈছে চৰকাৰৰ। এনে পৰিস্থিতিতো কিন্তু সাধাৰণ নাগৰিকৰ গা এৰা মনোভাৱ সলনি হোৱা নাই।

এনে এক ঘটনাৰ নমুনা দেখা গৈছে বাংগালুৰুত। কোভিড পজিটিভ হোৱাৰ পাছতেই চহৰখনৰ পৰা উধাও হৈছে কমেও তিনি হাজাৰ আক্ৰান্ত।

আনহাতে, মোবাইলত যোগাযোগ কৰিও তেওঁলোকৰ খৱৰ পোৱা হোৱা নাই।

কৰ’না সংক্ৰমণৰ নতুন হটস্পট হৈ পৰিছে কৰ্ণাটকৰ বাংগালুৰু। দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণ।  কোভিড টেষ্ট চলাই থকাৰ মাজতে ঘটিছে এনে বিপদ। প্ৰায় ৩হাজাৰ কৰ’না ৰোগী নাপাত্তা।

সেয়াই নহয়, তেওঁলোকে নিজৰ মোবাইল ফোনৰ চুইচো অফ কৰি ৰাখিছে। তদুপৰি, তেওঁলোকক ঘৰলৈ গৈয়ো বিচাৰি পোৱা নাই।

ইপিনে, আৰক্ষীয়ে তেওঁলোকক বিচাৰি তালাচী অভিযান আৰম্ভ কৰিছে।

কৰ্ণাটক চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰ অশোকে জানিবলৈ দিছে যে কৰ’না ৰিপ’ৰ্ট পজিটিভ অহাৰ পাছতেই তিনি হাজাৰ লোক নিজৰ ঘৰ এৰি পলায়ন কৰিছে।

তেওঁ লগতে কয় যে বহুতেই মোবাইল ফোন বন্ধ কৰি দিছে। তাৰ পাছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পাছত ফোন খুলিছে। তেতিয়া তেওঁলোকক আইচিইউত ভৰ্তি কৰা হৈছে। হাস্পাতালসমূহত বিছনাৰ অভাৱ হৈছে।

মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে যাতে টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহিলে কোনেও আতংকিত নহয়। সঠিক চিকিৎসা লাভ কৰিলেই অধিকাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সেয়ে ভয় খাই পলাই নাযাৱ।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd