• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট নিৰ্বাচন জিলাৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা

গোলাঘাটৰ বাবে ২১টা ৰাউণ্ডত আৰু খুমটাইৰ বাবে ১৩ টা ৰাউণ্ডত হ'ব ভোটগণনা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 1, 2021 5:24 pm
golll

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে কাইলৈ ভোটগণনা কৰা হ’ব । গোলাঘাট ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ।

কাইলৈ পুৱা ৮ বজাৰ পৰা প’ষ্টেল বেলট আৰু চাৰ্ভিছ ভোটসমূহ গণনা কৰা হ’ব । চাৰে ৮ বজাৰ পৰা ই ভি এমত গণনা আৰম্ভ হ’ব । মুঠ ৬টা ভোটগণনা কক্ষত ৩৩ খনকৈ টেবুলত ভোটগণনা কৰা হ’ব ।

Apply Now

প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ ভোটগণনা কক্ষ আৰু এটাকৈ প’ষ্টেল বেলট ভোটগণনা কক্ষ থাকিব । প্ৰতিটো কক্ষত ৭ খনকৈ টেবুলত ভোটগণনা কৰা হ’ব । গোলাঘাট সমষ্টিৰ প’ষ্টেল বেলট গণনা কক্ষত ৩ খন আৰু খুমটাই সমষ্টিৰ প’ষ্টেল বেলট গণনা কক্ষত ২ খন টেবুল থাকিব ।

প্ৰতিখন টেবুলত ৩০০ টাকৈ বেলট গণনা কৰা হ’ব । ভোটগণনাৰ বাবে ১৮৭ গৰাকী ভোটগণনা চুপাৰভাইজৰ, ভোটগণনা সহকাৰী আৰু মাইক্ৰ’ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

গোলাঘাটৰ বাবে ২১টা ৰাউণ্ডত আৰু খুমটাইৰ বাবে ১৩ টা ৰাউণ্ডত ভোটগণনা কৰা হ’ব । ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট পৌৰসভা এলেকাত কাইলৈ সকলো দোকান-পোহাৰ বন্ধ ঘোষণা কৰা হৈছে ।

লগতে বিজয় সমদল, আটচবাজী আৰু ৫ জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদী আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙকে ধৰি জিলা আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই আজি ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে বিভিন্ন দিশ পৰ্যালোচনা কৰে ।

পাছত সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্তগৰাকীয়ে কাইলৈ ক’ভিডৰ স্বাস্থ্য বিধিসমূহ কঠোৰ ভাৱে পালন কৰাৰ লগতে ভোটগ্ৰহণৰ দৰে ভোটগণনাও শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰে ।

তেওঁ কয় যে ভোটগণনা প্ৰক্ৰিয়াত জড়িত সকলো বিষয়া-কৰ্মচাৰীৰে ক’ভিড পৰীক্ষা  কৰা হৈছে । লগতে ভোটগণনা কেন্দ্ৰসমূহত শাৰীৰিক ব্যৱধান বজাই ৰখাৰ বিষয়টোত তেওঁ গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ভোটগণনা কেন্দ্ৰটোত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব ।

মোদীয়ে ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । উল্লেখযোগ্য যে যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ বাবে হোৱা ভোটগ্ৰহনৰ পাছত ই ভি এম সমূহ গাৰ্লছ পলিটেকনিকৰ ষ্ট্ৰং ৰুমত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে ।

গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত  ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৩৮,৫৫৫ গৰাকী পুৰুষ আৰু ১,৩৭,১১৫গৰাকী মহিলা ভোটদাতা । নিৰ্বাচন জিলাখনত মুঠ ভোটদানৰ হাৰ আছিল ৭৯.৬১ শতাংশ ।

জিলাখনত পুৰুষ ভোটদাতাৰ হাৰ ৮০.১৪ শতাংশ আৰু মহিলা ভোটদাতাৰ হাৰ ৭৯.০৮শতাংশ । গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয় । গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ৭,৯৯৬২ ( ৭৮%)গৰাকী পুৰুষ আৰু ৮০,১২৯(৭৮.০৪%)গৰাকী মহিলা ভোটদাতা ।

সমষ্টিটোত মহিলা ভোটদাতাৰ সংখ্যা পুৰুষতকৈ অধিক । আনহাতে খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ । ইয়াৰে ৫,৮৫৯৩(৮৩.২৫%) গৰাকী ভোটদাতা পুৰুষ আৰু ৫,৬৯৮৬(৮০.৫৯%) গৰাকী মহিলা ভোটদাতা ।

উল্লেখ্য যে গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৩ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৮৮ গৰাকী ।

গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ ।

আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭০৯ গৰাকী মহিলা ভোটদাতা ।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd