• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ অভয়াপুৰীত বিপুল ভোটত জয়ী আব্দুল বাতিন খন্দকাৰঃ গৰাখহনীয়া, ৰাস্তা-ঘাট, শিক্ষা, নিবনুৱা সমস্যা সমাধানৰ অংগীকাৰ

ইয়াছিন আলী by ইয়াছিন আলী
May 3, 2021 10:35 am
abdul
323
VIEWS
Share on FacebookShare on Twitter

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ২ মে’ তাৰিখে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ই ভি এমত বন্দী হৈ থকা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলোৰ ভাগ্যফল।

ৰাজ্যৰ বিভিন্ন সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মূখত বিজয়ৰ হাঁহি।

ঠিক একেদৰে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত ৫ বছৰৰ বাবে অন্তিম হাঁহি মাৰিলে অভিযন্তা আব্দুল বাতিন খন্দকাৰে ।

সমষ্টিটোত মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন দলৰ পৰা লগতে নিৰ্দলীয় ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। তাৰ ভিতৰতে আব্দুল বাতিন খন্দকাৰে সৰ্বাধিক ভোট পাই জয়ী হয়।

খন্দকাৰে মুঠা ভোট পায় ৯২৬৯৮ টা আৰু

খন্দকাৰৰ নিচেই ওচৰৰ প্ৰতিদ্বন্দি তথা এইখন সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা ভূপেন ৰায় মুঠ ভোট পায় ৫৯৫৯১ টা ।ৰায়ে মুঠ ৩৩১৭১ টা ভোটত পৰাজয় বৰণ কৰে।

ইফালে আন আন প্ৰতিদন্দি সকল বৃহৎ সংখ্যক ভোটত পৰাজিত হয়। খন্দকাৰৰ লগত হোৱা আমাৰ এক সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰত কয় যে সমষ্টিৰ মূল সমস্যা গৰাখহনীয়া, ৰাস্তা ঘাট, গুণগত শিক্ষা আৰু নিৱনুৱা সমস্যাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰা হব আৰু এই সমস্যাৰ বোৰ সদনৰ ভিতৰে বাহিৰে বলিষ্ঠ কণ্ঠৰে চৰকাৰৰ দৃষ্টি গোচৰ হোৱাকৈ উত্থাপন কৰাই হ’ব মোৰ মূল কাম।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd