• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ ক’ভিড যুদ্ধৰ বাবে ইউনিচেফলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই আগবঢ়াব ৫০,০০০ মাৰ্কিন ডলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 3:08 pm
(ক্ৰিকেট অষ্ট্ৰেলিয়াৰ লগ')

(ক্ৰিকেট অষ্ট্ৰেলিয়াৰ লগ')

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ শৈক্ষিক পুঁজিয়ে (ইউনিচেফ) আহ্বান কৰা সাহাৰ্যপুঁজিলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই ৫০,০০০ মাৰ্কিন ডলাৰ সাহাৰ্য আগবঢ়াব।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডখনে সোমবাৰে  প্ৰাথমিক পৰ্যায়ত ইমান পৰিমাণৰ সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

Apply Now

উল্লেখযোগ্য যে ভাৰতীয় হিচাপত ৫০,০০০ মাৰ্কিন ডলাৰৰ পৰিমাণ ৩৭ লাখ টকা।

গুৰুত্বৰভাৱে আক্ৰান্ত ক’ভিড-১৯ ৰোগীসকলক অক্সিজেন যোগান, ক’ভিড টেষ্টিঙৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু ক’ভিড ভেকচিন যোগান ধৰিবলৈ ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ই টকাখিনি আগবঢ়াইছে।

এই সম্পৰ্কত ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী নিক হকলেই (Nick Hockley) কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এটা বিশেষ সম্পৰ্ক আছে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ ক্ৰিকেটৰ প্ৰতি থকা ভালপোৱা হৈছে সেই বন্ধুত্বৰ মূল উৎস।

তেওঁ এইক্ষেত্ৰত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ পেট কামিনছ আৰু ব্ৰেট লীয়ে ভাৰতলৈ অনুদান আগবঢ়োৱাৰ কথাও বিশেষভাৱে উল্লেখ কৰি কয় যে  ক্ৰিকেটাৰ দুজনৰ এই কাৰ্যত ‘ক্ৰিকেট অষ্ট্ৰেলিয়া’ৰ চকু মেল খালে।

উল্লেখযোগ্য যে পেট কামিনছৰ পাছতে ইতিমধ্যে ক্ৰিকেট বিশ্বৰ কেইবাজনো তাৰকা আৰু আইপিএলৰ দলসমূহে ভাৰতৰ ক’ভিড যুদ্ধলৈ বৰঙনি আগবঢ়োৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd