• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ কৰ্ণাটকত অক্সিজেনৰ অভাৱত মৃত্যু ২৪ গৰাকী ৰোগীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 4:40 pm
kar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ক’ৰ’নাই কালান্তক ৰূপ ধাৰণ কৰিছে।দিল্লী, মহাৰাষ্ট্ৰ্ আদি ৰাজ্যত ক’ৰ’নাই নিতৌ শ শ লোকৰ প্ৰাণ কাঢ়ি নিছে। ইয়াৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

দিল্লীত অক্সিজেনৰ অভাবহু লোকৰ মৃত্যু ঘটাৰ সমান্তৰাল ভাবে এইবাৰ কৰ্ণাটকতো অক্সিজেনৰ অভাৱত ২৪ গৰাকী ৰোগীয়ে মৃত্যুক সাৱটি লোৱাৰ কথা পোহৰলৈ আহিছে।

Apply Now

দেওবাৰে নিশা কৰ্ণাটকৰ চামৰাজনগৰৰ এখন চিকিৎসালয়ত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ৰোগীয়ে মৃত্যুক আকোঁৱালি লবলগীয়া হয়।

কৰ্ণাটক চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে বল্লাৰীৰ পৰা চিকিৎসালয় খনলৈ অক্সিজেন আহি পোৱাৰ কথা আছিল যদিও অক্সিজেন আহি পাওঁতে পলম হোৱাৰ বাবেই এই শোকাবহ ঘটনাটো ঘটিবলৈ পালে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডুৰাপ্পাই সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।কৰ্ণাটকতো শেহতীয়াকৈ ক’ৰ’না ৰোগীৰ সংখ্যা লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।

এনে পৰিস্থিতিত ৰাজ্য খনত মেডিকেল অক্সিজেনৰ তীগ্ৰ নাটনিয়ে দেখা দিছে।উল্লেখ্য কোভিডে মৃত্যু উপত্যকাত পৰিঁণত কৰা দিল্লীতো অলপতে অত্যাধুনিক চিকিৎসালয় হিচাবে পৰিচিত বাট্ৰা হস্পিতালত অক্সিজেনৰ অভাৱতে লোক কেইজনে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

বাট্ৰা হস্পিতালৰ কাৰ্যবাহী সঞ্চালক ডাঃ  শুধাংশু বংকাটাই প্ৰকাশ কৰা মতে প্ৰয়োজনীয় সময়ত অক্সিজেনৰ যোগান ধৰিব নোৱাৰাৰ বাবেই চিকিৎসকসহ ৰোগী ১২ গৰাকীৰ মৃত্যু ঘটিছিল।

অক্সিজেনৰ অভাৱত মৃত্যু ঘটা চিকিৎসকগৰাকী হৈছে ডাঃআৰ কে হিমথানি। কিছুদিন পূৰ্বে তেঁৱো কোভিডত আক্ৰান্ত হৈছিল। কৰ’নাৰ দ্বিতীয়টো ঢৌত বিপৰ্যস্ত হৈ পৰিছে দিল্লীৰ পৰিস্থিতি। অক্সিজেনৰ অভাৱত বহু ৰোগীৰ মৃত্যু ঘটিছে।

অৱশ্যে শেহতীয়াকৈ বাহিৰৰ ৰাজ্যৰ পৰা দিল্লীলৈ অক্সিজেনৰ সৰবৰাহ বঢ়াই তোলাৰ ফলত ৰাজ্য খনত অক্সিজেনৰ অভাৱ বহু পৰিমাণে দূৰ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd