• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

MP কেয়াৰ্ছ ফাণ্ডৰ পৰিৱৰ্তে UNICEF দ্বাৰা ভাৰতলৈ কিয় আৰ্থিক সাহায্য প্ৰদান ক্ৰিকেটাৰ পেট কামিনছৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 10:01 am
Pat Cummins
622
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰিলীয়ান তাৰকা তথা কলকতা নাইট ৰাইডাৰ্ছৰ বেগী বলাৰ পেট কামিনছে এসপ্তাহৰ পূৰ্বে টুইটাৰ যোগে ঘোষণা কৰিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰী কোভিড কেয়াৰ্ছ ফাণ্ডলৈ ৫০ হাজাৰ মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াব।

সোমবাৰে পেট কামিনছে জনাইছে যে তেওঁ আগবঢ়োৱা ধন ৰাশি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ PM CARES Fund লৈ পোনপটীয়াকৈ প্ৰদান কৰাৰ পৰিৱৰ্তে UNICEFৰ জৰিয়তেহে প্ৰদান কৰিছে।

কোভিড সংক্ৰমণৰ সময়ত অক্সিজেনৰ নাটনিৰ ফলত দেশত ভয়াৱহ সংকট দেখা দিয়াৰ সময়তে ২৭ বৰ্ষীয় আন্তঃৰাষ্ট্ৰীয় অষ্ট্ৰেলীয়ান তাৰকা বেগী বলাৰজনে ভাৰতৰ পিএম কেয়াৰ্ছ ফাণ্ডলৈ ৫০ হাজাৰ মাৰ্কিন ডলাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

কিন্তু ইয়াৰ পিছতে কামিনছে নিজৰ সিদ্ধান্ত সলনি কৰি ভাৰতৰ পিএম কেয়াৰ্ছ ফাণ্ডলৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানৰ পৰিৱৰ্তে UNICEFৰ জৰিয়তে এই সাহায্য প্ৰদান কৰে।

উল্লেখ্য যে পেট কামিনছৰ ৫০ হাজাৰ মাৰ্কিন ডলাৰ আগবঢ়োৱাৰ কথা টুইটাৰত ঘোষণা কৰাৰ লগে লগে ভাৰতত এগৰাকী টুইটাৰ ইউজাৰে পেট কামিনছক পিএম কেৰ্য়াছ ফাণ্ডৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।

টুইটাৰ ইউজাৰগৰাকীয়ে পেট কামিনছৰ টুইটত ৰিটুইট কৰি কৈছিল যে ধনৰাশি পিএম কেয়াৰ্ছ ফাণ্ডলৈ প্ৰদান কৰিলে সেই ধনৰাশি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত ব্যয় কৰিব।

ইয়াৰ পিছতে ক্ৰিকেটাৰগৰাকীয়ে পিএম কেয়াৰ্ছক ধনৰাশি প্ৰদান কৰাৰ পৰিৱৰ্তে UNICEFক প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd