কৰোণা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে সম্পূৰ্ণ লকডাউন।
এই ভাষ্য প্ৰদান কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
GOI doesn’t get it.
The only way to stop the spread of Corona now is a full lockdown- with the protection of NYAY for the vulnerable sections.
GOI’s inaction is killing many innocent people.
— Rahul Gandhi (@RahulGandhi) May 4, 2021
মঙলবাৰে এটা টুইটযোগে তেওঁ কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয় যে চৰকাৰে বুজি পোৱা নাই যে চৰকাৰৰ নিষ্ক্ৰিয়তাই অসংখ্য নিৰীহ লোকক হত্যা কৰিছে।
তেওঁ কয় যে নূন্যতম আয় যোজনাক (NYAY) সুৰক্ষা কৰি লকডাউন বলৱৎ কৰাই হৈছে কৰোণা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায়।