• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা : কাইলৈ পৰা বলৱৎ হ’বলগীয়া নিৰ্দেশনাত কি কি আছে ? জানিবলৈ পঢ়ক…

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 6:37 pm
Assam Closedown
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য প্রশাসনে।

ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে যোৱা ৩০ এপ্ৰিলত ৰাজ্যত বলৱৎ কৰা কোভিড বিধিত কিছুমান নতুন নীতি নিৰ্দেশনা সংযোজন কৰা হৈছে।

Apply Now

মংগলবাৰে মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ক্ষমতাসম্পন্ন সমিতিৰ বৈঠকত কোভিড পৰিস্থিতিৰ ওপৰত সামগ্ৰিকভাৱে পৰ্যালোচনা কৰি নতুন নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে।

নতুন নিৰ্দেশনাসমূহ হৈছে—

১. দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বিয়লি ২ বজাৰ পৰা বন্ধ থাকিব।

২. ব্যক্তিগত খণ্ড আৰু চৰকাৰী কাৰ্যালয় বিয়লি ২ বজাত বন্ধ কৰিব লাগিব। অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰা সংগঠন/প্ৰতিষ্ঠান, আইন প্ৰৱৰ্তনকাৰী সেৱা আৰু নিৰ্বাচনী কাম আদিৰ সৈতে জড়িতসকলৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহ’ব।

৩. কোনো ৰাজহুৱা স্থান বা ৰাজহুৱা ভৱন জাতীয় গৃহত কোনো সভা আৰু মানুহ একত্ৰিত হ’বলৈ অনুমতি দিয়া নহ’ব।

লগতে পঢ়ক : কৰোনাতংক : ৰাজ্যত বলৱৎ কৰা হ’ব নতুন কোভিড নিৰ্দেশনা!; ২ বজাতে বন্ধ হ’ব ব্যৱসায়িক প্ৰতিষ্ঠান!

৪. বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ২০ জন ব্যক্তিৰ উপস্থিতিৰে কেৱল ধৰ্মীয় আচাৰসমূহ সম্পন্ন কৰিবলৈহে অনুমতি দিয়া হ’ব। বিবাহৰ আগত বা পিছত কোনো অভ্যৰ্থনা/পাৰ্টিৰ আদি আয়োজন কৰিব নোৱাৰিব।

৫. যিকোনো সময়তে ধৰ্মীয় স্থানত পাঁচজনতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব।

৬. অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলৰ বাহিৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা স্থানত অন্য কোনো ব্যক্তি থাকিব নোৱাৰিব।

index.jpgk

৭. জিলাসমূহত দণ্ডাধীশ আৰু গুৱাহাটীত আৰক্ষী আয়ুক্তই ১৪৪ ধাৰাৰ অধীনত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশসমূহ জাৰি কৰিব।

৮. ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য হোটেলসমূহ বিয়লি ২ বজালৈকে গ্ৰাহকৰ ববে খুলিব পাৰিব। অৱশ্যে আবেলি ৬ বজালৈকে ঘৰুৱা খাদ্যৰ ক্ষেত্ৰত হোম ডেলিভাৰীৰ অনুমতি দিয়া হৈছে।

৯. হোটেল বা ৰিজৰ্টৰ ভিতৰত চলি থকা ৰেষ্টুৰেণ্টবোৰ বিয়লি ২ বজালৈকে বাহিৰৰ পৰা যোৱা দৈনিক গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। অৱশ্যে, হোটেল/ৰিজৰ্টত অৱস্থান কৰি থকা আভ্যন্তৰীণ অতিথিসকলক পূৰ্বৰ দৰেই সেৱা আৰু খাদ্যৰ যোগান ধৰিবলৈ দিয়া হ’ব।

১০. ই-কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত কোভিড প্ৰটক’ল যথোপযুক্তভাৱে পালন কৰিব লাগিব।

১১. বিয়লি ২ বজাৰ পিছতো শীতল ভঁৰাল আৰু ৱেৰহাউচ খোলা ৰাখিব পাৰিব। অৱশ্যে, এই ৱেৰহাউচ বা শীতল ভঁৰালৰ সৈতে সংলগ্ন বিক্ৰী কাউণ্টাৰ, শ্ব’ৰুম আদি বিয়লি ২ বজাৰ পিছত বন্ধ কৰিব লাগিব।

১২. কোভিড পজিটিভ লোক থকা এলেকাটো জিলা দণ্ডাধীশসকলে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব। ইয়াৰ লগতে জিলা বা চহৰসমূহত কোভিড১৯-ৰ পৰীক্ষাৰ পাৰহৈ যোৱা সপ্তাহটোতকৈ পজিটিভিৰ হাৰ ১০% বা ততোধিক হ’লে আৰু অক্সিজেনৰ বিচনা বা আইচিইউ বিচনা ৬০% অতিক্ৰম কৰে তেতিয়াও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰিব।

আনহাতে কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাসমূহক ২৫ এপ্ৰিল, ২০২১ তাৰিখে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কঠোৰ প্ৰতিবন্ধকতা বলবৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মংগলবাৰে জাৰি কৰা এই নিৰ্দেশসমূহ বুধবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলৱৎ হৈ থাকিব বুলি কোৱা হৈছে নিৰ্দেশনাটোত।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd