• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কৰোনা : যোৱা দুটা দিনত ডিব্ৰুগড়ত ৬৯৭ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 5, 2021 8:17 am
del

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্য গতিত কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে।

যোৱা দুটা দিনত কেৱল ডিব্ৰুগড়তে প্ৰায় ৭০০ গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

Apply Now

যোৱা দুটা দিনত জিলাখনত মুঠ ৬৯৭ গৰাকী লোকৰ শৰীৰত কোভিড১৯ৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত জিলাখনত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ৩০৪৮ গৰাকীলৈ বৃদ্ধি পালে।

ইফালে দ্বিতীয় ঢৌৰ কৰোনাত আক্ৰান্ত হৈ জিলাখত এতিয়ালৈকে ২৪ গৰাকী লোকৰ মৃত্যু হৈছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দ্বিতীয় ঢৌৰ কৰোনাত যুৱ চামৰ যথেষ্ট সংখ্যক আক্ৰান্ত হোৱা দেখা গৈছে।

ইফালে কৰোনাৰ দ্বিতীয় ঢৌৱে দেশৰ লগতে ৰাজ্যত আতংকময় পৰিৱেশ সূচনাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য প্ৰশাসনে আজিৰে পৰা নতুন কোভিড নীতি বলৱৎ কৰিছে।

নতুন কোভিড নীতি অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনত বিয়লি ২ বজাত দোকান-পোহাৰ বন্ধ কৰিব লাগিব আৰু সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ থাকিব।

আনহাতে কৰোনা মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাৰ জনসাধাৰণৰো অৰ্থনৈতিক অৱস্থা অতি বিধ্বস্ত কৰি তোলা পৰিলক্ষিত হৈছে।

বিগত বৰ্ষৰ লকডাউনতে কঁকাল ভাঙি পৰা বহু ক্ষুদ্ৰ ব্যৱসায়ী, দৈনিক মজুৰী কৰা লোকসহ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নতুন কোভিড নীতিৰ দ্বাৰা পুনৰ ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰিছে।

ইফালে আন এক লকডাউনৰ আশংকাতো দিন পাৰ কৰা দেখা গৈছে জিলাখনৰ একাংশ ব্যৱসায়ীসহ বাসিন্দাক।

“যদি চৰকাৰে আন এক লকডাউন ঘোষণা কৰে, তেন্তে আমি ধ্বংস হৈ ৰাস্তাত বহিব লাগিব। যোৱা বছৰৰ লকডাউনতে আমাৰ অৰ্থনৈতিক অৱস্থা কাহিল হৈ পৰিল।” ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীয়ে এইদৰে কয়।

Tags: COVID-19
অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd