• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰোনাতংক : ভাৰতক সহায় কৰিবলৈ অনুৰাগীক আহ্বান হলিউদৰ জনপ্ৰিয় অভিনেত্ৰী জেনিফাৰসহ অন্য চেলিব্ৰেটিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2021 12:40 pm
FEwLNUtdyAyVzc3L5hBC3k
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউদৰ বিখ্যাত অভিনেত্ৰী জেনিফাৰ আষ্টিনে তেওঁৰ অনুৰাগীসকলক কৰোনা সংক্ৰমণে আতংকৰ সৃষ্টি কৰা ভাৰতক সহায় কৰিবলৈ আহ্বান জনাইছে।

নিজৰ ইনষ্টাগ্ৰামৰ কেবাটাও ষ্টৰীৰ মেচেজৰ জৰিয়তে অনুৰাগীসকলক অভিনেত্ৰী জেনিফাই ভাৰতক কোভিড যুঁজত সহায় কৰিবলৈ আহ্বান জনাইছে।

Apply Now

“কৰোনা ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভাৰতত গুৰুতৰ ৰূপ লৈছে, যোৱা পাঁচটা দিনত প্ৰতিদিনে নতুন সংক্ৰমণে সমগ্ৰ বিশ্বৰ অভিলেখ ভংগ কৰিছে।” প্ৰথমটো ষ্টৰীত এইদৰে কয় হলিউদৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে।

দ্বিতীয়টো ষ্টৰীত জেনিফাই আমেৰিকানসকলে ভাৰতক তাৎক্ষণিক সাহায্য আগবঢ়োৱাৰ বাবে ধন সংগ্ৰহ কৰি আছে বুলি উল্লেখ কৰি কি কি সাহায্য যোগান ধৰিব তাৰো সংক্ষিপ্ত বিৱৰণ দিছে।

ইফালে তৃতীয়টো ষ্টৰীত জেনিফাই কৈছে, “আপুনি সহায় কৰিবলৈ দান কৰিব নালাগে, সজাগতা বৃদ্ধিৰ বাবে আপুনি যিকোনো প্লেটফৰ্মত সহায়ক হোৱাকৈ এই কথাটো প্ৰচাৰ কৰিব পাৰে।”

উল্লেখ্য যে ভাৰতত বৃদ্ধি পোৱা কৰোনাৰ সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে হলিউদৰ আন কিছুমান তাৰকাকো।

ইতিমধ্যে হলিউদৰ সংগীত শিল্পী শ্বান মেণ্ডেছেও এক ভিডিঅ’ বাৰ্তাৰ যোগেদি তেওঁৰ অনুৰাগীসকলক ভাৰতক কোভিড যুঁজত সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

“যদি আপুনি ভাৰতীয় সংস্কৃতি আৰু মানুহৰ সংস্পৰ্শলৈ আহিছে, তেন্তে দান বৰঙণি দিয়ক আৰু তেওঁলোকক সহায় কৰক।” মেণ্ডেছে অনুৰাগীসকলক কয়।

ইয়াৰ উপৰিও টক শ্ব’ হ’ষ্ট এলেন ডেগেনাৰ্ছ, লিলি সিং, সংগীত শিল্পী কামিলা চেলবেল’, অভিনেতা ক্ৰমে জাদা পিংকেট স্মীট, লানা ক’ণ্ডৰ, ৰিচাৰ্ড মেড্ডেন আকু কুণাল নায়াৰেও নিজৰ নিজৰ অনুৰাগীসকলক ভাৰতক কোভিড যুঁজত সহায় কৰিবলৈ আহ্বান জনাইছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd