• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিৰ চাহ বাগিচাতো প্ৰৱেশ কৰোনাৰ : শ্ৰমিকসহ ৯০ গৰাকীৰ শৰীৰত কৰোনাৰ অৱস্থিতি

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 6, 2021 12:46 pm
Zaloni-Tea-Estate-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল চহৰাঞ্চলতে আৱদ্ধ থকা নাই কৰোনা ভাইৰাছৰ সংক্ৰমণ। ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি কৰোনাই এইবাৰ প্ৰৱেশ কৰিছে চাহ বাগিচাত।

ইতিমধ্যে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত জালনি চাহ বাগিচাৰ শ্ৰমিকসহ ৯০ গৰাকী কৰ্মচাৰীৰ শৰীৰত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে।

Apply Now

বাগিচাখনৰ বৃহৎ সংখ্যক শ্ৰমিক আৰু কৰ্মচাৰী কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে টেঙাখাট ৰাজহ চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়াসকলে বাগিচাখনলৈ ধাপলি মেলে।

বিষয়াসকলে পৰিস্থিতি বুজ লৈ ইতিমধ্যে বাগিচাখন বন্ধ কৰি কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

আনহাতে বাগিচাৰ চিকিৎসালয়খনৰ সৈতে আৰু দুটা ষ্টাফ কোৱাৰ্টাৰক অস্থায়ী কোভিড চেন্টাৰ ৰূপে নিৰ্মাণ কৰি কৰোনাক্ৰান্তসকলক তাতে চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আইডিএছপিৰ বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জনাইছে যে বুধবাৰৰ পৰা বাগিচাখনত ভেকচিন প্ৰদান আৰম্ভ কৰা লগতে চেনিটাইজেশ্যন কৰাও হৈছে।

ইফালে চাহ বাগিচাখনৰ সংগঠনবোৰে সমগ্ৰ চাহ বাগিচাখনতে অতি শীঘ্ৰে টিকাকৰণৰ দাবী কৰিছে। তেওঁলোকে দাবী কৰিছে যে বাগিচাৰ শ্ৰমিকসকল ওচৰা ওচৰিকৈ বাস কৰাৰ বাবে চাহ বাগিচাখনত দ্ৰুত গতিত কৰোনা ভাইৰাছ বিয়পি পৰিব।

“আমি চৰকাৰক চাহ বাগিচাত টিকাকৰণৰ অভিযান চলাবলৈ দাবী জনাই আহিলেও চাহ বেল্ট এলেকাত টিকাকৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। কোভিড১৯ৰ দ্বিতীয় ঢৌ হৈছে আগৰ তুলনাত অধিক বিপদজনক।” অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (এটিটিএছএ) এগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

বাগিচাখনত শ্ৰমিকসহ ৯০ জনকৈ কৰ্মচাৰীৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰাৰ পিছতে কেৱল জালনি চাহ বাগিচাতেই নহয় অন্যান্য চাহ বাগিচাসমূহতো কৰোনা সংক্ৰমণ হোৱাৰ আশংকাই দেখা দিছে।

Tags: COVID_19
অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd