• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ক’ভিডৰ গণ সংক্ৰমণ! এদিনত বৰচাপৰি চাহ বাগিচাৰ ৩৭ জন আক্ৰান্ত

উত্তম শইকীয়া by উত্তম শইকীয়া
May 6, 2021 6:20 pm
Kamala Miri Hospital
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ বৰচাপৰি  চাহ বাগিছাত ক’ভিড-১৯ ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰৰ দিনা বৰচাপৰি চাহ বাগিছাত ক’ভিড সংক্ৰমণৰ  পৰীক্ষাত ২২ জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে ।

চাহ বাগিচাখনত বোকাখাত মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আজি এক শিবিৰ স্থাপন কৰি ১০০ গৰাকী লোকক পৰীক্ষা কৰা হৈছিল।

Apply Now

বুধবাৰলৈকে বাগিচাখনত কৰ্মৰত ১৫ জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰিছিল। আজি ২২ জন লোকৰ শৰীৰত সংক্ৰমণ ধৰা পৰাৰ পিচত এই সংখ্যা মুঠ  ৩৭ জন লোকলৈবৃদ্ধি পায় ৷

ইপিনে বুধবাৰৰ দিনা বোকাখাত অসামৰিক চিকিৎসালয়ত কভিড সক্ৰমণৰ বাবে ভৰ্তি কৰোৱা তোলন গগৈ নামৰ যুৱক জনৰ যোৱা নিশা গোলাঘাট চিকিৎসালয়ত মত্যু হয় ৷ ক’ভিত সংক্ৰমণত মৃত্যু হোৱা তোলন গগৈৰ ঘৰ কাজিৰঙাৰ দ গাওঁত ৷

তোলন গগৈৰ উপৰিও ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে এতিয়ালৈকে চাৰিজন লোকৰ প্ৰাণ ল’লে ইয়াৰে এজনৰ বাংগালেৰত আৰু এজনৰ ৰাজস্থানত ক’ভিড সংক্ৰমণত মৃত্যু হৈছে ৷

আজি চলোৱা অভিযানত বোকাখাত মহকুমাত মুঠ ৪১ জনৰ শৰীৰত ক’ভিড সংক্ৰমণ ধৰা পৰাৰ পিছত মহকুমাটোত মুঠ ৩১৭ জনৰ লোকৰ শৰীৰত সংক্ৰমণ পোৱা হয় ৷

এই পৰিসংখ্যাৰ পৰা ৩৭ জন ব্যক্তিক চিকিৎসালয়ৰ পৰা আৰু নিজা ঘৰত চিকিৎসাধীন হৈ থকা ৩৩ গৰাকী ব্যক্তিক ক’ভিডৰ সংক্ৰমণৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰে স্বাস্থ্য বিভাগে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd