• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’লে কে পি শৰ্মা অলিয়ে, শপত গ্ৰহণত নল’লে ঈশ্বৰৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 11:08 am
নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’লে কে পি শৰ্মা অলিয়ে, শপত গ্ৰহণত নল’লে ঈশ্বৰৰ নাম

(ফটো- ৰয়টাৰ্ছ)

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ জনপ্ৰতিনিধিসমূহে সংবিধানৰ সমুখত সাধাৰণে ঈশ্বৰৰ নামত শপতগ্ৰহণ কৰা দেখা যায়।

কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰমী প্ৰদৰ্শন দাঙি ধৰিলে নেপালৰ নতুন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে।

শেহতীয়াকৈ দেশখনত নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু নেপালৰ কমিউনিষ্ট পাৰ্টিৰ চেয়াৰমেন অলিৰ নেতৃত্ব চৰকাৰ গঠন হয়।

শুকুৰবাৰে দিনৰ আঢ়ৈ বজাত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা অনাড়ম্বৰ অনুষ্ঠানত অলিয়ে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

শপতগ্ৰহণ পাঠ কৰোতে তেওঁ ঈশ্বৰৰ নাম নলৈ ল’লে দেশ আৰু জনগণৰ নাম।

”মই দেশ আৰু জনগণৰ নামত শপত লৈছো যে…..।”- এইদৰে শপতপাঠ কৰি যায় নতুন প্ৰধানমন্ত্ৰীজনে।

অলিৰ উপৰিও নৱনিযুক্ত উপপ্ৰধানমন্ত্ৰী ঈশ্বৰ পোখাৰেলেও অলিৰ পথকে অনুসৰণ কৰি ‘ঈশ্বৰ’ শব্দটো উচ্চাৰণ কৰাৰ পৰা বিৰত থাকে।

আনহাতে, নৱনিযুক্ত ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে ঈশ্বৰ, দেশ আৰু জনগণৰ নামত শপতগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ কাৰ্যকালতো প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পি কে অলিয়ে।

চলিত নতুন কাৰ্যকালতো পূৰ্বৰ ২২জন মন্ত্ৰী আৰু তিনিজন প্ৰতিমন্ত্ৰীক পুৰণা দপ্তৰসহ বাহাল ৰখা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

August 14, 2025 10:17 am
বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

August 14, 2025 9:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

উত্তৰ প্ৰদেশত ক্ষত্ৰিয়সকলৰ নতুন দল? ৪০ জন বিধায়কৰ সমাৱেশত চিন্তিত বিজেপি, উদ্বিগ্ন অখিলেশো

August 14, 2025 11:17 am
হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

হিমাচল প্ৰদেশ: ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ বাবে ৩০০ৰো অধিক পথ বন্ধ, সতৰ্কবাণী জাৰি কৰা হৈছে ৩ খন জিলাত

August 14, 2025 11:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd