• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধ্বংসী চাইক্ল’ন তাওকতৰ আগমনত কম্পমান বহু ৰাজ্য, কৰ্ণাটকত ব্যাপক সংহাৰলীলা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 2:13 pm
tao
433
VIEWS
Share on FacebookShare on Twitter

সাগৰীয় নিম্নচাপৰ ফলত সৃষ্টি হোৱা বিধ্বংসী চাইক্ল’ন তাওকতে এতিয়া বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছে।

বিধ্বংসী সাগৰীয় ধুমুহাজাকে আজি কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰে।

ধুমুহাৰ ফলত কৰ্ণাটৰ উপকূলীয় অঞ্চলৰ বহু গছ-গছনি উভালি পৰিছে। একেদৰে কেৰালা,গুজৰাট, মহাৰাষ্ট্ৰ আৰু গোৱাতো ধুমুহা জাকৰ আগমনৰ পৰিপ্ৰেক্ষিতত ব্যাপক সতৰ্কতামূলক ব্যৱ্স্থা গঢ়ি তোলা হৈছে।

আজি নিশাৰ ভিতৰত প্ৰচণ্ড গতিৰে তাওকতে ধুমুহাই উক্ত ৰাজ্য কেইখনত প্ৰৱেশ কৰিব। ইতিমধ্যে কেৰালাৰ চৰকাৰে ৰাজ্য খনত ১৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।

গুজৰাটৰ উপকূলীয় অঞ্চলত বায়ুসেনা বাহিনীৰ বিমানৰ লগতে নৌ সেনাৰ জাহাজ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় তাওকতে ধুমুহাৰ আগমনৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে বিপদৰ সময়ত কেউখন ৰাজ্যকে উপযুক্ত সহায় কৰাৰ আশ্বাস দিছে।

ইপিনে ধুমুহাৰ প্ৰভাৱত কেউখন ৰাজ্যতে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। বৰষুণৰ ফলত বহু ঠাই জলমগ্ন হৈ পৰাৰ খবৰ আহিছে।

অহা ১২ ঘণ্টাত ধুমুহা জাকে অধিক সংহাৰী ৰূপ ল’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

গোৱাত ধুমুহা-বৰষুণৰ ফলত বহু বাসভৱনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd