• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হঠাতে ৰাহুল গান্ধীৰ প্ৰেমিকাক লৈ কিয় তোলপাৰ চ’ছিয়েল মিডিয়া? কোলাত কোন এই প্ৰেমিকা?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 9:47 am
Fifty Shades
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী সুদৰ্শন যুৱকে কোলাত এগৰাকী সুন্দৰীক দাঙি লৈ আছে আৰু দুয়োৱে দুয়োৰ চকুলৈ অনুৰাগৰঞ্জিত চাৱনিৰে চাই চাই দুয়োতে মগন হৈ আছে। এই ফ’টোখন ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত।

ফ’টোখন চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে এচামে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ তথা ট্ৰল আৰম্ভ কৰি প্ৰশ্ন কৰিছে ‘তেওঁৰ কোলাত কোন এই অপ্সৰা?’

কোনো যুৱতীয়ে সুধিছে ‘ৰাহুল গান্ধীৰ প্ৰেমিকা কেতিয়া সৃষ্টি হ’ল?’ ৰাহুল গান্ধীক টেগ কৰি এগৰাকীয়ে সুধিছে, ‘এইবোৰ কি?’

😲 @RahulGandhi what is this behaviour https://t.co/tA5D0hBzOq

— Rainbow Salt (@realestpotato_) May 17, 2021

কোনোৱে সুধিছে, ‘ৰাহুল গান্ধী কেতিয়াৰ পৰা নায়ক হ’ল?’ ‘ৰাহুল গান্ধীৰো প্ৰেমিকা আছে নেকি?’ এইদৰে ট্ৰ’ল আৰম্ভ কৰা হৈছে ৰাহুল গান্ধীক।

টুইটাৰত ৰাহুল গান্ধীক ট্ৰল আৰম্ভ কৰা এই ফ’টোখন আচলতে হৈছে হলিউদৰ এখন ছবিৰ নায়ক-নায়িকাৰ ফ’টো। ছবিখন হৈছে ২০১৫ চনত হলিউদত মুক্তিপ্ৰাপ্ত ফিফটি চেডছ অৱ গ্ৰে।

জেমি ডৰ্নন আৰু আনাষ্টেছিয়া ষ্টীল অভিনীত হলিউদৰ এই ছবিখন এতিয়া অ’টিটি প্লেটফৰ্মত মুক্তি দিয়া হৈছে আৰু কোনো ভাৰতীয় লোকে চিনেমাখনৰ এটা দৃষ্টিনন্দন মুহূৰ্তৰ স্থিৰ ছবিখন সামাজিক মাধ্যমত এইদৰে ভাইৰেল কৰিছে।

Real ID se aao Rahul Gandhi😁 https://t.co/GTo44Uey30

— Ayush Bansal (@SarcAyushtic) May 17, 2021

অভিনেতা জেমিয়ে অভিনেত্ৰী তথা ছবিখনৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰা আনাষ্টেছিয়া ষ্টীলক কোলাত লৈ থকা ফ’টোখনত দুয়োৱে চাৰি চকুৰ দৃষ্টিত অৱগাহন কৰি থকা দেখা গৈছে।

ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰা হলিউদৰ অভিনেতা জেমি ডৰ্ননকে বহুতে ৰাহুল গান্ধী বুলি ভুল কৰি অথবা কিছুৱে ইচ্ছাকৃতভাৱে ৰাহুল গান্ধীক ট্ৰল কৰাৰ মানসিকতাৰে চ’ছিয়েল মিডিয়াত ফ’টোখন ভাইৰেল কৰিছে। ফ’টোখনত জেমিৰ সৈতে ৰাহুল গান্ধীৰ চেহেৰাৰ যথেষ্ট মিলো দেখা গৈছে।

I showed this to mom and she asked Rahul Gandhi ki girlfriend kab ban gayi 😭😭😭😭😭 https://t.co/DZkegp8OhQ

— Anu (@tiworryy) May 16, 2021

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ট্ৰল কৰি কোনোৱে কৈছে, ‘ৰাহুল গান্ধীৰো প্ৰেমিকা আছে, মোৰহে নাই।’

এগৰাকীয়ে ৰাহুল গান্ধীক টেগ কৰি কৈছে ‘এইবোৰ কেনেধৰণৰ ব্যৱহাৰ!’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

জন্মদিনৰ পাৰ্টি কৰি থকোতে মহাৰাষ্ট্ৰত ভাঙি পৰিল চাৰি মহলীয়া ঘৰ! এটি শিশুসহ দুজন লোকৰ মৃত্যু

August 27, 2025 3:30 pm
গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

গুজৰাটৰ বেনামী ৰাজনৈতিক দলৰ নামত ৪৩০০ কোটি টকা! নিৰ্বাচন আয়োগক জবাবদিহি ৰাহুল গান্ধীৰ

August 27, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd