• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন; ৰঞ্জিত দাসৰ ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2021 3:00 pm
Biswa Numol(1)

অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ নোমল মমিন।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ বিধায়ক বিশ্বজিৎ দৈমাৰী বিধান সভাৰ পৰৱৰ্তী অধ্যক্ষ।

ইয়াৰ লগতে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনক বিধানসভাৰ উপাধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে।

Apply Now

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আজু আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে।
ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জনায়।

ইপিনে, বিশ্বজিৎ দৈমাৰীয়ে টুইটাৰ যোগে কয় যে তেওঁ আজি অসম বিধানসভাৰ ২১সংখ্যক অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে।

Today I have filed my nomination for the 21st speaker of the Assam Legislative Assembly.
Heartfelt gratitude to the respected @narendramodi Ji @AmitShah Ji @JPNadda Ji @PandaJay Ji @blsanthosh Ji @himantabiswa ji @DilipSaikia4Bjp ji @RanjeetkrDass Ji

— Biswajit Daimary (@BiswajitDaimar5) May 20, 2021

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী তথা বিপিএফৰ প্ৰাক্তন নেতাগৰাকীয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত পানেৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছে।

আনহাতে, ডাঃ নোমল মমিনে বোকাজান সমষ্টিৰ পৰা একেৰাহে ২০২১৬ আৰু ২০২১ত দুবাৰকৈ বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm
আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd