• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড আক্ৰান্ত দুই প্ৰসূতিয়ে জন্ম দিয়ে দুটি সন্তান

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 20, 2021 3:37 pm
mam
165
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্তাৰত কভিড আক্ৰান্ত দুগৰাকী প্ৰসূতিয়ে জন্ম দিলে দুটি সন্তান।
তাৰে এগৰাকী বিহালী ৰাংচালী গাঁৱৰ নিৰ্মলা বাউৰি নামৰ প্ৰসূতিয়ে ১৮ মে তাৰিখে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত জন্ম দিয়ে পুত্ৰ সন্তান।

তাৰ পিছ দিনাই অৰ্থাৎ কালি পুনৰ এই ক’ভিড কেয়াৰ চেন্টাৰত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ লিকিটা গোৱালা নামৰ প্ৰসূতিগৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান।

দুয়ো গৰাকী প্ৰসূতিয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ সময়তে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ প্ৰচেষ্টাত স্বাভাৱিক প্ৰসৱ কৰাই জন্ম দিয়ে এই দুটি সুস্থ সৱল সন্তান ।

ইতিমধ্যে বিশ্বনাথ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই এই দুই গৰাকী প্ৰসূতিকে যথেষ্ট যত্ন লোৱা বুলি প্ৰকাশ কৰিছে।

ইপিনে জন্ম হোৱা সন্তান দুটি ক’ভিড আক্ৰান্ত নে ক’ভিড মুক্ত সেয়া এতিয়াও জানিব পৰা যোৱা নাই।চিকিৎসকে দুদিনৰ পিছতহে জন্ম হোৱা শিশু দুটিৰ ক’ভিড টেষ্ট কৰিব,আৰু তাৰ পিছতহে গম পোৱা যাব সন্তান দুটিৰ শাৰীৰিক অৱস্থাৰ বিষয়ে।

যি কি নহওক ,বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত এইদৰে দুগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিয়ে সুস্থ সৱল সন্তান জন্ম দিয়াৰ ঘটনাই সাধাৰণ ৰাইজৰ মনত নিৰাশাৰ সময়ত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd