• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিহৰণকাৰী! ১৫ বছৰধৰি সযতনে লুকুৱাই ৰখা এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 6:57 pm
402
VIEWS
Share on FacebookShare on Twitter

পোন্ধৰ বছৰ ধৰি এটা মৃতদেহ হত্যাকাৰীজনে লুকুৱাই ৰখাৰ পৰা উদ্ধাৰ কৰা হৈছে।

মৃতদেহটোৰ গোন্ধ বিয়পি নপৰিবলৈ হত্যাকাৰীজনে ৭০টাকৈও অধিক এয়াৰ ফ্ৰেশ্বনাৰ ব্যৱহাৰ কৰিছিল।

শিহৰণকাৰী এই ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ ছিডনীত।

স্থানীয় সংবাদমাধ্যমত বৃহস্পতিবাৰে প্ৰকাশ পোৱা মতে, ব্ৰুছ ৰবাৰ্টছ (Bruce Roberts) নামৰ এজন লোকে শ্বেন স্নেলমান ( Shane Snellman) নামৰ ৩৯ বৰ্ষীয় এজন ডকাইতক ২০০২ চনত হত্যা কৰিছিল।

হত্যা কৰাৰ পাছত ডকাইতজনৰ মৃতদেহটো ৰবাৰ্টে নিজৰ ঘৰৰ শোৱাকোঠাত লুকুৱাই ৰাখে।

জানিব পৰামতে, হত্যাকাৰী ৰবাৰ্টছ এজন অকলশৰে থাকি ভালপোৱা মানুহ আছিল আৰু ঘৰ এৰি কাচিৎহে বাহিৰলৈ উলাই গৈছিল।

২০১৭ চনত ৰবাৰ্টছৰ মৃত্যু হয়।

ৰবাৰ্টছৰ মৃত্যুৰ এবছৰ পাছত যেতিয়া ঘৰটো পৰিষ্কাৰ কৰা হয়, শোৱাকোঠাৰ জাবৰৰ দমৰ মাজত এটা মৃতদেহ উদ্ধাৰ হোৱাত পৰিষ্কাৰকৰ্মীসকল আচৰতি উঠে।

মৃতদেহটোৰ কাষত ৭০টাকৈ এয়াৰ ফ্ৰেশ্বনাৰৰ বটল পোৱা যায়।

বৃহস্পতিবাৰে এই ঘটনাটো এখন স্থানীয় আদালতত ৰাজহুৱাভাৱে উপস্থাপন কৰা হয়।

তাৰপাছতে এই শিহৰণকাৰী ঘটনাটো অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd