• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অলিম্পিক পদকজয়ী সুশীল কুমাৰ বিৰুদ্ধে আৰু ৮ প্ৰত্যক্ষদৰ্শীৰ পৰা জবানবন্দী সংগ্ৰহ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 1:11 pm
Sushil Kumar

তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ।

260
VIEWS
Share on FacebookShare on Twitter

সাগৰ ৰাণা নামৰ এগৰাকী ২৩ বছৰীয়া মল্ল যুঁজাৰুৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে আৰু ৮ গৰাকী প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ আগত জবানবন্দী দিছে।

ইফালে ঘটনাৰ দিনা ব্যৱহাৰ কৰা মোবাইল ক’লৈ দলিয়াইছিল সেই কথা সুশীল কুমাৰে আৰক্ষীৰ আগত প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

প্ৰথমাৱস্থাত সুশীল কুমাৰে আৰক্ষীক জেৰা সময়ত সহযোগ কৰা নাছিল যদিও এতিয়া কিছু পৰিমাণে সহযোগ কৰা বুলি জানিব পৰা গৈছে।

বুধবাৰে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগ আৰু ৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে ৪ মে’ত দিল্লীৰ ছত্ৰশাল ষ্টেড়িয়ামত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ দিনাৰ পৰাই সুশীল কুমাৰে আত্মগোপন কৰি আছিল।

দিল্লী আৰক্ষীয়ে সুশীল কুমাৰ সন্ধানত অভিযান তীব্ৰতৰ কৰাৰ লগতে তেওঁৰ সন্ধান দিওঁতাক ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল।

দিল্লী আৰক্ষীয়ে অৱশেষত যোৱা দেওবাৰে অভিযুক্ত সহযোগী অজয় কুমাৰৰ সৈতে সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আদালতে সুশীল কুমাৰৰ ৬ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

স্মৰ্তব্য যে বুধবাৰে সুশীল কুমাৰৰ ৩৮ সংখ্যক জন্মদিন আছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd