• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে সৰ্বোচ্চ ন্যয়ালয়ে দিয়া নিৰ্দেশে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সম্ভাৱনাৰ পৰিৱৰ্তন ঘটাব

দিগম্বৰ পাটেৱাৰী,গুৱাহাটী: by দিগম্বৰ পাটেৱাৰী,গুৱাহাটী:
December 2, 2017 4:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩১ ডিচেম্বৰৰ মাজনিশাৰ ভিতৰত অসমৰ ২.৩৮ কোটি লোকৰ নাম সন্নিৱিষ্ট কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশে অহা বছৰৰ ফেব্ৰুৱাৰীৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত সকলো ৰাজনৈতিক দলৰে সম্ভৱনাৰ ক্ষেত্ৰত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক ৰাজ্যখনত বাস কৰি থকা অবৈধ বাংলাদেশীক চিনাক্তকৰণ হিচাপে গণ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মত হৈছে যে এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত নাগৰিকত্বহীন সকলে বৃহৎ আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিব।

Apply Now

আগন্তুক অসমৰ পঞ্চায়ত নিৰ্বাচনটো বিজেপিৰ বাবে ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকৰ সমৰ্থন তেওঁলোকৰ লগত আছে নে নাই তাৰ এক ড়াঙৰ পৰীক্ষা হিচাপে বিবেচিত হোৱাৰ সময়তে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৱে দলটোক খুব সাৱধানেৰে আগবঢ়াৰ বাবে বাধ্য কৰিছে।

ইতিমধ্যে নামনি আৰু মধ্য অসমৰ প্ৰব্ৰজনকাৰী মুছলমান জনসাধাৰণৰ মাজত ধাৰণা হৈছে যে ডিচেম্বৰত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ খচৰাত তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰে নাম নাথাকিব।

এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছতেই ৰাজ্যৰ জনসাধাৰণৰ মাজত অভিযোগ-প্ৰত্যাভিযোগেৰে  বিজেপি নেতৃত্বৰ মিত্ৰজোঁট আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মেৰুবিভাজন ঘটিব।

শুকুৰবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ এখন বৈঠকৰ পিছত দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ববাহী ৰাম মাধৱে কয়-‘’ এই পঞ্চায়ত নিৰ্বাচন অসম প্ৰদেশ বিজেপিৰ বাবে হ’ব এখন ৰিপ’ৰ্ট কাৰ্ড। ইয়ে প্ৰমান কৰিব দলটো ৰাজ্যখনৰ ৰাইজৰ মাজত কিমান গ্ৰহনযোগ্য বৰ্তি আছে।

ৰাজ্যখনৰ বৰ্তমান জনসংখ্যা প্ৰায় ৪ কোটি। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩.৬৭ কোটি। এন আৰ চিৰ প্ৰকাশ পাবলগীয়া খচৰাই ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৫৫ শতাংশ সামৰি ল’ব।

স্পৰ্শকাতৰ এন আৰ চি বিষয়ত সৰ্বোচ্চ নায়ালয়ে দিয়া ৰায়টোৱে অধিক আইন শৃংখলাজনিত সমস্যা সৃষ্টি কৰাৰ শংকা কৰি আৰু খচৰা প্ৰকাশ হোৱাৰ পিছতেই বিজেপি নেতৃত্বৰ চৰকাৰখনে সম্ভাৱ্য আইন শৃংখলাজনিত সমস্যাৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ ৫০ টা কোম্পানী বিচাৰিছে।

 

দিগম্বৰ পাটেৱাৰী,গুৱাহাটী:

দিগম্বৰ পাটেৱাৰী,গুৱাহাটী:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd