• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামীৰ সপোন পূৰ কৰিবলৈ সেনা বাহিনীত যোগ দিলে পুলৱামাৰ ছহিদ মেজৰ বিভূতিৰ পত্নী নিকিতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2021 3:51 pm
Nikita K
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হোৱা মেজৰ বিভূতিশংকৰ ধোন্দিয়ালৰ পত্নীয়ে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছে। ছহিদ মেজৰ বিভূতিশংকৰক তেওঁৰ আত্মত্যাগৰ বাবে ২০১৯ বৰ্ষত ভাৰত চৰকাৰে শৌৰ্য চক্ৰৰ পুৰস্কাৰো প্ৰদান কৰিছিল।

স্মৰ্তব্য যে ছহিদগৰাকীৰ মৃত্যুৰ ছমাহ পিছতে তেওঁৰ পত্নী নিকিতা কউলে সেনা বাহিনীত ভৰ্তি হোৱাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছিল।

Apply Now

২৮ বছৰীয়া নিকিতাই ২০২০ চনত চৰ্ট চাৰ্ভিছ কমিশ্যন(SSC) পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়। ইয়াৰ পিছতে মৌখিক সাক্ষাৎকাৰো উত্তীৰ্ণ হয় নিকিতা।

যোৱা ২৬ মে’ত নিকিতাই ‘অফিচাৰ্ছ ট্ৰেনিং অকাডেমি’ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছে।

সেনাবাহিনীত যোগদান কৰি নিকিতাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে সেনা বাহিনীত ভৰ্তি হৈ তেওঁ প্ৰয়াত স্বামীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ বিচাৰিছিল। সেনা বাহিনীত যোগদান কৰি এতিয়া তেওঁ স্বামীৰ আৰু অধিক কাষলৈ যাব পাৰিব বুলিও মন্তব্য কৰিছে।

উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীৰ আক্ৰমণত মেজৰ বিভূতিশংকৰৰ মৃত্যুৰ সময়ত তেওঁলোকৰ বিবাহৰ মাত্ৰ ৯ মাহহে হৈছিল।

মেজৰ স্বামীৰ মৃত্যুৰ পিছতে নিকিতাই এক বিবৃতি প্ৰকাশ কৰি কৈছিল, “তুমি কৈছিলা, মোক ভাল পাওঁ। কিন্তু সত্যটো হ’ল, দেশ মাতৃক তুমি সকলোতকৈ বেছি ভালপোৱা। মই সঁচাকৈ গৰ্বিত। আমি সকলোৱে তোমাক ভালপাওঁ। তুমি সকলোকে যেনেকৈ ভাল পাইছিলা সেয়া কিন্তু সকলোতকৈ পৃথক আছিল।”

বিবৃতিটোত নিকিতাই আৰু কৈছিল, “যিবোৰ মানুহৰ বাবে তুমি জীৱন উৎসৰ্গা কৰিলা তেওঁলোকৰ সৈতে তোমাৰ পৰিচয়ও নাছিল। তুমি ইমান সাহসী! তোমাক স্বামী হিচাপে পাই মই গৰ্বিত। জীৱনৰ শেষ দিন পৰ্যন্ত মই তোমাক ভাল পাই থাকিম। মোৰ জীৱন তোমাৰ বাবেই উৎসৰ্গা কৰিলো।”

উল্লেখ্য যে স্বামীৰ উদ্দেশ্যে জীৱন উছৰ্গা কৰাৰ বাবেই নিকিতাই সেনা বাহিনীত ভর্তি হোৱাৰ বাবে সিদ্ধান্ত লৈছিল আৰু অৱশেষত স্বামীৰ অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ সপোন পূৰ হ’ল ছহিদ মেজৰ বিভূতিশংকৰ ধোন্দিয়ালৰ পত্নী নিতিকা কউলৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd