• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিদৰে হ’ব চৰকাৰে ঘোষণা কৰা ১ লাখ পদত নিযুক্তি? জনালে বিত্তমন্ত্ৰী অজন্তা নেওগে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2021 5:33 pm
Ajanta Neog
526
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে ইতিমধ্যে ঘোষণা কৰা ১ লাখ নিযুক্তি কিদৰে হ’ব সেই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মঙলবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ইয়াৰ এক বহল বাখ্যা আগবঢ়ায়।

তেওঁ কয়, ‘বিভাগসমূহে কেনেকুৱা ধৰণে পদসমূহ পূৰণ কৰিলে গতিশীলতা আহিব, তেনেকুৱাধৰণৰ কথাবিলাক চিন্তা কৰিব।‘

‘আমাৰ উদ্দেশ্য হৈছে ফলাফলৰ সৈতে চাকৰিৰ সৃষ্টি। যাতে যিসমূহ পদ পূৰণ কৰিলে প্ৰশাসনিক ব্যৱস্থাটোৱে এক নতুন গতি লাভ কৰে।‘ এইদৰে কয় বিত্তমন্ত্ৰীয়ে।

ইপিনে, এসপ্তাহৰ ভিতৰত বিভিন্ন বিভাগত খালী পদৰ সংখ্যা কিমান আছে তাৰ এক প্ৰতিবেদন বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিচৰা হৈছে বুলি নেওগে সদৰী কৰে।

আনহাতে, ‘বিভাগবিলাকে লক্ষ্য কৰিব কোনো পদৰ বাবে ইতিমধ্যে বাছনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে নে বা ৰিজাল্ট দিবলৈ বাকী আছে।‘ এই কথা উল্লেখ কৰি তেওঁ লগতে কয়, ‘সেইখিনিও এই ১ লাখ নিযুক্তিৰ ভিতৰতে অন্তৰ্ভুক্ত হ’ব। যি নিযুক্তিয়েই নিদিয়ক এই ১ লাখৰ ভিতৰতে নিযুক্তি দিব লাগিব।‘

এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কিছু দিনৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘বিভাগসমূহে পদ কিমান খালী আছে তাৰ প্ৰতিবেদন দিব, তাৰ পাছত পুনৰীক্ষণ হ’ব।‘

এই নিযুক্তি প্ৰক্ৰিয়াত কোনোধৰণৰ যাতে খেলি-মেলি নাথাকে আৰু সম্পূৰ্ণ নিকাকৈ যাতে নিযুক্তি দিব পাৰি তাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে জনায়।

এই নিযুক্তি প্ৰক্ৰিয়া যাতে দীঘলীয়া নহয় বা খৰতকীয়াকৈ কৰিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে।

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd