• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত বিশ্ব চাইকেল দিৱস উদযাপন; ১৪ কি:মি: চাইকেল চলাই এই দিৱস পালন স্পীনাৰ ক্লাৱৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 3, 2021 1:30 pm
world cycle day teok

ফটো: নৰ্থইষ্ট নাও।

196
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব চাইকেল দিৱস। প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয় এই দিৱস।

২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেল চালনৰ ফল দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ বাবে প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল।

চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।

আজি যোৰহাট জিলাৰ টীয়কৰ স্পীনাৰ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ  ১৪ কি:মি: পথত চাইকেল চলাই এই দিৱস পালন কৰে।

উল্লেখযোগ্য যে দলটোৱে কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপন কৰি ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাক্স বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বিশ্বৰ সৰ্ববৃহৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ হিচাপে পৰিগণিত কাজিৰঙা অৰ্কিড পাৰ্ক

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

বাৰাণসীত মুছলমান ছোৱালীক ব’লব’ম যাত্ৰীৰ নিৰ্যাতন! ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

“বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে’’ : দাবী গৌৰৱ গগৈৰ

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

জাতীয় দলৰ সম্পাদক প্ৰণৱ চেতিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd