• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০৩১-৩২ চনৰ ভিতৰত কাৰ্বন প্ৰশমিতকৰণৰ প্ৰতিশ্ৰুতি এইচডিএফচি বেংকৰ

* ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে পৰিকল্পনা ঘোষণা * ব্যৱহাৰ আৰু সম্পদৰ ফোটপ্ৰিন্ট হ্ৰাস কৰি নৱীকৰণযোগ্য শক্তি আৰু অফছেট প্ৰাপ্ত কৰাৰ পৰিকল্পনা *সেউজ সামগ্ৰীৰ বাবে পুঁজি যোগান ধৰা; ক্ৰেডিট আধাৰ ইএছজি নম্বৰ মূল্যায়ন কৰা

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 3:56 pm
HDFC-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইচডিএফচি বেংকে ২০৩১-৩২ত কাৰ্বন প্ৰসমিত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, বেংকে নিৰ্গমন (emissions), শক্তি আৰু পানী ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত লক্ষ্য ৰাখিছে।বেংকে নিজৰ কাৰ্যকলাপত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ অন্তৰ্ভুক্ত আৰু বৃদ্ধি কৰা অব্যাহত ৰাখিব।

ইয়াৰ ইএছজি ৰণনীতিৰ অংশ হিচাপে বেংকে সেউজ সামগ্ৰী যেনে বৈদ্যুতিক বাহনত কম সূতৰ হাৰত ঋণ আগবঢ়োৱাৰ ওপৰতো গুৰুত্ব দিব আৰু ইয়াৰ ঋণৰ সিদ্ধান্তত ইএছজি নম্বৰ অন্তৰ্ভুক্ত কৰিব।
বেংকে সেউজ বণ্ড জাৰী কৰাৰ বাবে এটা ফ্ৰেমৱৰ্কৰ ওপৰতো কাম কৰি আছে।
এই ঘোষণা ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ ঠিক আগতে বেংকে কৰিছে।
এই ঘোষণাটো বেংকৰ এটা অংশ ব্যৱসায়ত ইএছজি নীতিসমূহ অন্তৰ্ভুক্ত কৰাৰ সামগ্ৰিক প্ৰতিশ্ৰুতিৰ। বেংকে
কাৰ্বন প্ৰশমিত কৰাৰ উদ্দেশ্যপ্ৰাপ্ত কৰাৰ বাবে তিনিটা ৰণনীতিৰ ওপৰত কাম কৰিব, সেয়া হ’ল- কাৰ্বন বৃদ্ধি কৰা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা, নৱীকৰণযোগ্য শক্তিলৈ পৰিৱৰ্তন, আৰু কাৰ্বন ফুটপ্ৰিন্ট অফছেট কৰা।

Apply Now

এই ৰণনীতিৰ অংশ হিচাপে ই নিম্নলিখিত পদক্ষেপবোৰৰ পৰিকল্পনা কৰি আছে, তেনেবোৰৰ ভিতৰত:
ক) বৰ্তমানৰ ৩১৫,৫৮৩ মেট্ৰিক টনৰ স্তৰৰ শাৰীত ব্যৱহাৰ কৰা নিৰ্গমন আৰু শক্তিত কাৰ্বনডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰা ।
খ) ডাঙৰ কাৰ্যালয়ৰ মুধচ(Rooftop)ত সৌৰ ক্ষমতা বৃদ্ধি কৰা।
গ) আমাৰ মুঠ ৫০% বিদ্যুতক নৱীকৰণযোগ্য শক্তিৰ উৎসলৈ ৰূপান্তৰ কৰা।
ঘ) একক ব্যৱহাৰৰ প্লাষ্টিক মুক্ত কৰ্পোৰেট কাৰ্যালয় গঢ়ি তোলা।
ঙ) ২৫ লাখ গছপুলি ৰোপণ কৰা।
চ) পানীৰ ব্যৱহাৰ ৩০%লৈ হ্ৰাস কৰা।
এই সম্পৰ্কে এইচডিএফচি বেংকৰ ব্যৱসায় বিত্ত আৰু ৰণনীতি, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গ্ৰুপ হেড-চিএছআৰ অসীমা ভাটে কয়-“এক অংশীদাৰী ভৱিষ্যতৰ অৰ্থ হৈছে যে ব্যক্তি, কোম্পানী আৰু দেশৰ সকলোৱে একেলগে কাম কৰিব লাগিব জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ। এই প্ৰচেষ্টাৰ জৰিয়তে, আমি এই দিশত দেশৰ প্ৰতিশ্ৰুতিক সমৰ্থন কৰিছোঁ। বহল ৰণনীতি প্ৰস্তুত হৈ আছে আৰু আগবাঢ়ি গৈ আমি ইয়াক সুন্দৰ কৰিম আৰু প্ৰয়োজন হ’লে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিম। কৰ্পোৰেট নাগৰিক হিচাপে দায়িত্বশীল এইচডিএফচি বেংকে ভাৰতত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবোৰ হ্ৰাস কৰাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে দেশখনক আন্তৰ্জাতিক ‘পেৰিছ চুক্তি’ প্ৰতিশ্ৰুতি পূৰণ কৰাত সহায় কৰিব।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd