• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদানত চীনৰ সন্মতি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 6:56 pm
Brahmaputra-
172
VIEWS
Share on FacebookShare on Twitter

আজি ভাৰতৰ সৈতে ব্ৰহ্মপুত্ৰ সম্পৰ্কীয় তথ্য আদান প্ৰদান কৰাৰ বাবে চীন সন্মত হৈছে। যোৱা বছৰ ডোকলামত দুয়ো দেশৰ সেনা বাহিনী সষ্টম কৰাৰ পিছত চীনে ব্ৰহ্মপত্ৰ সম্পৰ্কীয় তথ্য ভাৰতক প্ৰদান কৰাৰ পৰা বিৰত আছিল।

পূব চীনৰ হাংজু মহানগৰত অনুষ্ঠিত ভাৰত আৰু চীনৰ মাজত  সীমাৰ সিপাৰৰ নদীসমূহৰ ওপৰত আলোচনাৰ এদিন পিছত চীনৰ বিদেশ মন্ত্ৰালয়ে এই ঘোষণা কৰিছে।

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ লু কাঙে কয়,‘ভাৰত-চীনৰ বিশেষজ্ঞ পৰ্যায়ৰ ১১সংখ্যক আলোচনা হাংজু মহানগৰত অনুষ্ঠিত কৰি  জৰুৰীকালীন প্ৰতিক্ৰিয়া আৰু জলবিদ্যাজনিত তথ্য বিষয়ক দ্বিপাক্ষিক সহযোগিতাৰ পূৰ্বৰ আলোচনাসমূহৰ অগ্ৰগতিসমূহ দুয়োটা পক্ষই পুনৰীক্ষণ কৰিছিল।‘

এই চুক্তি অনুসৰি চীনে ভাৰতৰ সৈতে চীনৰ পৰা ভাৰতলৈ বৈ অহা নদীসমূহৰ তথ্য ভাৰতক যোগান ধৰৰা কথা আছিল যদিও যোৱা বছৰ দুয়োদেশৰ সেনা বহিনী ডোকলামৰ সীমান্তত ৭৩ দিন ধৰি মুখা-মুখিকৈ অৱস্থান কৰাৰ পিছত চীনে এই তথ্য দিয়াৰ পৰা বিৰত আছিল। চীনে কোৱা মতে তথ্য আদান-প্ৰদান আস্থান সমূহ নতুনকৈ সজোৱাৰ বাবে তথ্য আদান-প্ৰদান কৰিব পৰা হোৱা নাছিল।  বিশেষজ্ঞসকলৰ মতে এয়া আছিল ডোকলামৰ বাবে চীনৰ তৰফৰ পৰা আৰম্ভ কৰা এক জল-যুদ্ধ।

মঙলবাৰে সীমাৰ সিপাৰৰ নদী বিষয়ক ভাৰত-চীন বিশেষজ্ঞ পৰ্যায়ৰ আলোচনাচক্ৰখন অনুষ্ঠিত হৈ যায়। ভাৰতীয় দলটোৰ নেতৃত্বত আছিল জল সম্পদ মন্ত্ৰালয়ৰ আয়ুক্ত (বি এণ্ড বি) তিৰথ সিং মেহৰা আৰু চীনা দলটোক নেতৃত্ব দিছিল  চীনৰ জল সম্পদ মন্ত্ৰালয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগৰ বাণিজ্যদূত য়ু ঝিংজুঙে।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd