• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত বিধস্ত কংগ্ৰেছ; ১৫০জনক লগত লৈ জুৰি শৰ্মা বৰদলৈৰ কংগ্ৰেছ ত্যাগ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 18, 2021 1:15 pm
WhatsApp Image 2021-06-18 at 12.38.30 PM

ফটো: নৰ্থইষ্ট নাও।

375
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে হোটেল গেটৱে’ গ্ৰেণ্ডৱেৰত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈৰ সৈতে ১৫০ জনে পদত্যাগ কৰে।

পদত্যাগ পত্ৰ দাখিল কৰি নেতৃত্বৰ খোৱা কামোৰা, স্বজন-প্ৰীতিত কংগ্ৰেছ বিধস্ত বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰৰ বাবেই আজি কংগ্ৰেছ পদত্যাগ কৰিবলৈ বাধ্য। মোৰ লগতে ১৫০ জনে আজি কংগ্ৰেছ ত্যাগ কৰিছে।‘’

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা অতি দুৰ্দিনত কংগ্ৰেছ দলক অসমত নেতৃত্ব দি অহা ভুৱনেশ্বৰ কলিতায়ো দলৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈয়েই পদত্যাগ কৰিছিল বুলিও শৰ্মা বৰদলৈয়ে উল্লেখ কৰে।

আনহাতে, এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত তেওঁ পুনৰ কয়,”অসমৰ লক্ষ লক্ষ কংগ্ৰেছ নেতা-কৰ্মীয়ে নিবিচাৰা সত্বেও হাইকামাণ্ডে এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মহাজোঁট বান্ধি দিলে যাৰ ফলত ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক হিন্দুৱে কংগ্ৰেছক প্ৰত্যাখান কৰিলে। কংগ্ৰেছ দলৰ বহু সক্ৰিয় হিন্দু কৰ্মীয়েও কংগ্ৰেছ দলত থাকিও ভোট কংগ্ৰেছক নিদিলে। সংখ্যালাঘু মুছলমান সম্প্ৰদায়ৰ অধিক তুষ্টিকৰণে দলটোক ক্ৰমন‌বয়ে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে।”

কংগ্ৰেছ দলত জড়িত হৈ থকা বিশেষকৈ হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু অসমীয়া মুছলমান ভাইসকলক দল ত্যাগ কৰি এক সময়োচিত সিদ্ধান্ত ল’বলৈ আহ্বান জনায় জুৰি শৰ্মা বৰদলৈয়ে।

তেওঁ লগতে কেন্দ্ৰত নেতৃত্বত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো ব্যৰ্থ নেতা বুলি উল্লেখ কৰে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd