• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে নতুন দিল্লীৰ কনট প্লেচস্থিত দ্য ললিত হোটেলৰ পৰা সংগ্ৰহ কৰা নেচলেৰ 'ল' ফেট ডেইৰী হোৱাইটনাৰ'ৰ নমুনা পৰীক্ষাত মানদণ্ডহীন আৰু অস্বাস্থ্যকৰ বুলি প্ৰমাণিত হোৱাৰ পাছত সামগ্ৰীবিধৰ বিক্ৰী তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 6:09 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেকেটজাত খাদ্যৰ সুৰক্ষা আৰু মানদণ্ড পৰীক্ষাত ব্যৰ্থ হোৱাৰ পাছত জনপ্ৰিয় ব্ৰেণ্ড নেচলেৰ ‘ল’ ফেট ডেইৰী হোৱাইটনাৰ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে। দিল্লীৰ দ্য ললিত হোটেলৰ পৰা সংগ্ৰহ কৰা সামগ্ৰীবিধৰ নমুনাটো খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ ৰ নিৰ্ধাৰিত মানদণ্ড অনুসৰি সুৰক্ষিত নহয় বুলি পৰীক্ষাগাৰত প্ৰমাণিত হোৱাত কৰ্তৃপক্ষই ইয়াৰ বিক্ৰী তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

 

Apply Now

খাদ্য সুৰক্ষা প্ৰাধিকৰণৰ জাননী অনুসৰি, দিল্লীৰ কনট প্লেচত অৱস্থিত দ্য ললিত হোটেলৰ চৌহদৰ পৰা বিষয়াসকলে নেচলেৰ উক্ত ডেইৰী হোৱাইটনাৰৰ নমুনা সংগ্ৰহ কৰি খাদ্য বিশ্লেষকৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল। পৰীক্ষাগাৰৰ প্ৰতিবেদনত নমুনাটোক অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন বুলি ঘোষণা কৰা হৈছে। এই ফলাফল পোহৰলৈ অহাৰ পাছতেই এফএছএছএআইয়ে দ্য ললিত পৰিচালনা কৰা ভাৰত হোটেলছ লিমিটেদলৈ এক জাননী প্ৰেৰণ কৰে। লগতে কৰ্তৃপক্ষই পৰীক্ষাগাৰৰ বিশ্লেষণ প্ৰতিবেদনৰ এটা প্ৰতিলিপি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানটোক যোগান ধৰিছে।

 

বৰ্তমান খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে জাননীত উল্লেখ কৰা সামগ্ৰীবিধৰ বিক্ৰী তৎক্ষণাত বন্ধ কৰি দিয়া হৈছে। অৱশ্যে, আইনী প্ৰক্ৰিয়া অনুসৰি সংশ্লিষ্ট কোম্পানীটোক পৰীক্ষাগাৰৰ এই ফলাফলক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ ৰ প্ৰাসংগিক ব্যৱস্থাসমূহৰ অধীনত খাদ্য ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত খাদ্য বিশ্লেষকৰ প্ৰতিবেদনৰ বিৰুদ্ধে আপীল কৰিব পাৰিব। সমগ্ৰ বিষয়টো এতিয়া নিয়ন্ত্ৰক প্ৰক্ৰিয়াৰ অধীনত আছে আৰু কোম্পানীটোৱে পৰীক্ষাগাৰৰ ফলাফলক লৈ আপীল কৰাৰ পাছতহে ইয়াৰ পৰৱৰ্তী আইনী তথা প্ৰশাসনিক পদক্ষেপসমূহ স্পষ্ট হৈ পৰিব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm
গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

গুৱাহাটীত দুৰ্গা পূজাক লৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ, শব্দৰ পৰা নিৰাপত্তালৈ জাৰি একাধিক নিয়ম

October 3, 2026 4:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd