• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক,২৭ টা কণ্টেইনাৰ, চিৰিঞ্জ জব্দ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 23, 2021 5:57 pm
kj
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত দুজন যুৱকক ড্ৰাগছসহ আটক কৰিছে।
আটকাধীন দুজন বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ বিকি ৰায়(২৬) আৰু বৰপাৰাস্থিত আৰোগ্য হাস্পতালৰ ওচৰৰ সুব্ৰত শৰ্মা (২৫) ৷

আৰক্ষীয়ে দুয়োজনৰ পৰা ড্ৰাগছভৰ্তি দুটাকৈ কণ্টেইনাৰ জব্দ কৰাৰ লগতে সুব্ৰত শৰ্মাৰ গৃহত অভিযান চলাই আন ২৩ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে কেইবাটাও খালী কণ্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে ৷

Apply Now

বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে জানিবলৈ দিয়া মতে বিকি ৰায়ক চহৰখনৰ কাঠলতলীত ড্ৰাগছসহ আটক কৰাৰ পিছত ধৃত বিকি ৰায়ৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সুব্ৰত শৰ্মাক আটক কৰে ৷

উল্লেখ্য যে আৰক্ষীয়ে গ্ৰাহকৰ ভেশ ধৰি বিকি ৰায়ক প্ৰথমে কাঠলতলীৰ পৰা আটক কৰে ৷ বিকি ৰায়ৰ পৰা আৰক্ষীয়ে দুটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷
পিছত থানালৈ নি আৰক্ষীয়ে সোধ- পোছ কৰাত বিকিয়ে ড্ৰাগছখিনি সুব্ৰত শৰ্মাৰ পৰা অনা বুলি প্ৰকাশ কৰে ৷
ইয়াৰ পিছতে সুব্ৰত শৰ্মাক পুনৰ ড্ৰাগছ লাগে বুলি বিকিৰ দ্বাৰা ফোন কৰায় ৷ সুব্ৰত শৰ্মাই চিলাৰায় দৈনিক বজাৰৰ এখন চেমচাং মোবাইলৰ দোকানৰ ওচৰলৈ বিকিক আহিবলৈ কয় ৷

তেতিয়া আৰক্ষীৰ লোকে বিকিৰ সৈতে অসামৰিক পোছাকত নিৰ্দিষ্ট স্থানলৈ আহে আৰু আঁতৰৰ পৰা আৰক্ষীৰ লোকে গতি বিধি নীৰক্ষণ কৰি থাকে ৷

পিছত সুব্ৰত শৰ্মাক ড্ৰাগছসহ আৰক্ষীয়ে হাতে- লোটে কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে সুব্ৰত শৰ্মাৰ পৰা ড্ৰাগছ ভৰ্তি দুটা কণ্টেইনাৰ জব্দ কৰে ৷

আৰক্ষীয়ে বিকি ৰায় আৰু সুব্ৰত শৰ্মাক লগত লৈ পিছত বৰপাৰাৰ আৰোগ্য হাস্পতালৰ সন্মুখত থকা সুব্ৰত শৰ্মাৰ গৃহত অভিযান চলায় ৷ অভিযানকালত আৰক্ষীয়ে ২৩ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে কেইবাটাও খালী কণ্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে ৷

আৰক্ষীয়ে জানিব দিয়া মতে বিকি ৰায়ে বিভিন্নজনক ড্ৰাগছ বিক্ৰী কৰি আহিছে ৷ আনহাতে সুব্ৰত শৰ্মাই নিজে ব্যৱহাৰ কৰাৰ লগতে আনকো যোগান ধৰি আহিছিল ৷

আৰক্ষীয়ে মুঠ ২৭ টা কণ্টেইনাৰৰ পৰা ৪.৩৪ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ পিছত আটকাধীন দুয়োজনকে বঙাইগাঁও সদৰ থানালৈ নি সোধ- পোছ অব্যাহত ৰাখিছে ৷

বঙাইগাঁও থানাৰ চহৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত এই ড্ৰাগছ বিৰোধী অভিযান চলিছিল ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd